Author: Paromita

‘ডাক্তৰ’ শব্দটো নামৰ আগৰ পৰা আঁতৰাই দিয়ক; ধৰ্ষণৰ বলি শিশুক চিকিৎসা নকৰা হাস্পতালক তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

দৰিদ্ৰ পৰিয়ালৰ সন্তান বুলিয়েই চাৰি বছৰীয়া ধৰ্ষণৰ বলি শিশুটিক চিকিৎসাৰ পৰা বঞ্চিত কৰা হৈছিল। – গাজিয়াবাদৰ দুখন ব্যক্তিগত হাস্পতালক তীব্ৰ ভৰ্ৎসনা কৰি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। একে সময়তে, চিকিৎসকৰ…

‘থ্ৰী ইডিয়টছ’ৰ ৰেঞ্চ’ সোণম ৱাংচুক নহয়! অনশন ভংগৰ আহ্বান আমিৰ খানৰ

বিগত ২০ দিন ধৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। তেওঁৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটাৰ সময়তে এইবাৰ অনশন ভংগ কৰাৰ আহ্বান…

মহাসংযোগ! ১৯ বছৰ পূৰ্বে ফটোশ্বুটত গা ধুৱাই দিয়া সেই কণমানিৰ বিৰুদ্ধেই বিশ্বকাপ ফাইনেলত অৱতীৰ্ণ হ’ব মহাতাৰকা মেছি

ফিফা বিশ্বকাপৰ ফাইনেল মানেই বিশ্ব ফুটবলৰ শ্ৰেষ্ঠত্বৰ যুঁজ। কিন্তু এইবাৰৰ ফাইনেলত ক্ৰীড়াপ্ৰেমীয়ে প্ৰত্যক্ষ কৰিব এক ব্যতিক্ৰমী মুহূৰ্ত। যিটো কণমানিক ১৯ বছৰ পূৰ্বে কোলাত তুলি গা ধুৱাই দিছিল লিয়নেল মেছিয়ে, সেই…

ফেচবুকৰ প্ৰেমিকাক বিচাৰি কাঁটাতাঁৰ পাৰ হৈ পাকিস্তানত উপস্থিত বাদল! এতিয়া বন্দী কাৰাগাৰত

ফেচবুকত আৰম্ভ হৈছিল প্ৰেম। সেই প্ৰেমিকাক লগ পাবলৈ সকলো বাধা নেওচি ভিছা নোহোৱাকৈ সীমান্ত পাৰ হৈ পাকিস্তানত উপস্থিত হৈছিল এজন ভাৰতীয় যুৱক। কিন্তু প্ৰেমৰ সেই যাত্ৰাই শেষত ঠাই পালে কাৰাগাৰত।…

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ অভিযোগ; আজমেৰত আটক বাংলাদেশী যুৱতী

অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত থকাৰ সময়তে ৰাজস্থানৰ আজমেৰত এইবাৰ জালত পৰিল আন এগৰাকী বাংলাদেশী যুৱতী। অবৈধভাৱে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি দেশত প্ৰৱেশ কৰাৰ অভিযোগত যুৱতীগৰাকীক জিম্মাত লোৱাৰ…

সোণম ৱাংচুকৰ স্বাস্থ্যক লৈ উচ্চ ন্যায়ালয়ৰ উদ্বেগ; প্ৰতিদিনে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসাৰ নিৰ্দেশ

অধিক সংকটজনক হৈ উঠিছে বিশিষ্ট পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকৰ স্বাস্থ্য। বিগত ১৯ দিন ধৰি তেওঁ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে অব্যাহত ৰখা অনশন ধৰ্মঘটৰ প্ৰভাৱ…

আকৌ মূল্যবৃদ্ধিৰ মাধমাৰ! চাউল, পিয়াঁজ, মিঠাতেল, চেনিসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি

পুনৰ জনতাৰ ওপৰত পৰিল মূল্যবৃদ্ধিৰ মাধমাৰ। এইবাৰ একে সময়তে বৃদ্ধি পালে চাউল, খোৱা তেল, চেনি আৰু পিয়াঁজকে ধৰি কেইবাটাও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। ৰাজ্যৰ বিভিন্ন বজাৰত নতুন দৰত বিক্ৰী আৰম্ভ হোৱাৰ…

টায়াৰ বিস্ফোৰণৰ পিছত ঘৰত সোমাল চিমেণ্টভৰ্তি ট্ৰাক; একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

টোপনিৰ সময়তে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই মুহূৰ্ততে প্ৰাণ কাঢ়ি নিলে একেটা পৰিয়ালৰ তিনিজন সদস্যৰ। নিজ ঘৰত শুই থকা সময়তে এখন চিমেণ্টভৰ্তি ট্ৰাকে দেৱাল ভাঙি ভিতৰত প্ৰৱেশ কৰাত নিদ্ৰাৰত অৱস্থাতে ট্ৰাকৰ…

ছাত্ৰীৰ যৌন নিৰ্যাতনৰ অভিযোগৰ পিছত ছীল ব্যক্তিগত মাদ্ৰাছা; ১৪৮ ছাত্ৰীক স্বগৃহলৈ প্ৰেৰণ

যৌন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি উত্তাল হৈ উঠা বঙাইগাঁৱৰ ব্যক্তিগত এখন মাদ্ৰাছাৰ বিৰুদ্ধে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে জিলা প্ৰশাসনে। এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত প্ৰতিবাদ…

অনশন ভংগ কৰিবলৈ সোণম ৱাংচুকলৈ আহ্বান এবছুৰ; কেন্দ্ৰক আলোচনাত বহিবলৈ দাবী

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত ১৯ দিন ধৰি অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। সময় বাগৰাৰ লগে লগে তেওঁৰ স্বাস্থ্যক লৈও বৃদ্ধি পাইছে উদ্বেগ। এনে…