Author: Paromita

নাওত চলিল আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান; জব্দ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

নদীপথেৰে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ চেষ্টা চলি থকাৰ সময়তে আৰক্ষীৰ জালত পৰিল এজন অভিযুক্ত। যাত্ৰীবাহী এখন নাওত চলোৱা ড্ৰাগছবিৰোধী অভিযানত বৃহৎ পৰিমাণৰ সন্দেহজনক নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ কৰাৰ লগতে…

১৩ জুলাইৰ পৰা দুমাহলৈ সম্পূৰ্ণৰূপে বন্ধ পুৰণি শৰাইঘাট দলং

ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলংত মেৰামতিৰ কাম আৰম্ভ হোৱাৰ লগে লগে ১৩ জুলাইৰ পৰা সম্পূৰ্ণ বন্ধ থাকিব সকলো ধৰণৰ যান-বাহন চলাচল। এই সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰেই দুয়োমুখী যান-বাহন চলাচল…

৮ বিধ এনাৰ্জি ড্ৰিংকৰ ওপৰত নিষেধাজ্ঞা ৰাজস্থান চৰকাৰৰ; পাঁচ লাখৰো অধিক কেন জব্দ

‘এনাৰ্জি ড্ৰিংক’ বুলি বিক্ৰী হৈ থকা কেইবাটাও জনপ্ৰিয় পানীয়ৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ভুৱা আৰু বিভ্ৰান্তিকৰ দাবীৰ অভিযোগত পাঁচ লাখৰো অধিক এনাৰ্জি ড্ৰিংকৰ কেন জব্দ কৰাৰ লগতে বজাৰ…

পাতি লোৱা হিন্দু ভগ্নীৰ কন্যাদান কৰি অনন্য নিদৰ্শন মুছলমান ভাতৃৰ; বিলালে সম্প্ৰীতিৰ বাৰ্তা

তেজৰ সম্পৰ্ক নাছিল, কিন্তু দায়িত্বত কোনো খুঁত নাৰাখিলে। পাতি লোৱা ভগ্নীৰ বিয়াৰ সকলো দায়িত্ব কান্ধত তুলি লৈ হিন্দু ৰীতি-নীতিৰে কন্যাদান সম্পন্ন কৰি সম্প্ৰীতি আৰু মানৱতাৰ এক ব্যতিক্ৰমী দৃষ্টান্ত স্থাপন কৰিলে…

স্বাধীনতা দিৱসৰ দিনটোত শোকাবহ বিমান দুৰ্ঘটনা! পাইলটসহ ১০ জনৰ মৃত্যু

স্বাধীনতা দিৱসৰ আনন্দৰ মাজতে শোকৰ ছাঁ নামি আহিল বাহামাছত। দেশখনৰ উত্তৰ এণ্ড্ৰছ দ্বীপত শুকুৰবাৰে সংঘটিত এক বিমান দুৰ্ঘটনাত ১০জনৰ মৃত্যু হোৱাৰ পিছত ফ্লেমিংগো এয়াৰৰ উৰণ সাময়িকভাৱে স্থগিত ৰাখিছে চৰকাৰে। বাহামাছৰ…

অহা বছৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে স্কুটি! ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ’ব নিযুত মাইনা আৰু নিযুত বাবু আঁচনি। একে সময়তে ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এইবাৰ প্ৰায় ১৮ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটি। অৱশ্যে…

হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথম পূৰ্ণাংগ বাজেট দাখিল; চাকৰি, আন্তঃগাঁথনি, স্বাস্থ্য আৰু কল্যাণ আঁচনিত বিশেষ গুৰুত্ব

বিধানসভাত দাখিল হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। প্ৰথমবাৰৰ বাবে বিধানসভাত বাজেট দাখিল কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চৰকাৰী নিযুক্তি, আন্তঃগাঁথনি, স্বাস্থ্য, কৃষি, শিক্ষা, উদ্যোগ, শক্তি…

জাল নোট সৰবৰাহকাৰীৰ বিৰুদ্ধে পুনৰ গৰজিল আৰক্ষীৰ বন্দুক; এনকাউণ্টাৰত আহত ২ অভিযুক্ত

পুনৰ অভিযুক্তৰ বিৰুদ্ধে গৰজিল আৰক্ষীৰ বন্দুক। এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হ’ল দুই জাল নোট সৰবৰাহকাৰী। লখিমপুৰ জিলাৰ ঢলাহাটৰ নাহৰবাৰী অঞ্চলত বুধবাৰে নিশা জাল নোট উদ্ধাৰৰ বাবে চলোৱা অভিযানৰ সময়ত আৰক্ষীৰ…

ভাওনাত মহিলাৰ ভাও লোৱা শিল্পীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ! ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ

ভাওনাত মহিলাৰ চৰিত্ৰত অভিনয় কৰা এগৰাকী পুৰুষ শিল্পীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী ডেকা সত্ৰাধিকাৰ। শিৱসাগৰত বুধবাৰে নিশা আৰক্ষীয়ে এই অভিযোগত গ্ৰেপ্তাৰ কৰে শ্ৰীশ্ৰী শালগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ…

অৰুণাচলত পুনৰ বান-ভূমিস্খলনৰ সংহাৰ; ক্ষতিগ্ৰস্ত ছয়খন জিলা, প্ৰভাৱিত ৯৪ হাজাৰৰো অধিক লোক

অৰুণাচল প্ৰদেশত অব্যাহত আছে বান আৰু ভূমিস্খলনৰ সংহাৰ। ৰাজ্যখনত শেহতীয়াকৈ পুনৰ সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ ফলত নতুনকৈ ক্ষতিগ্ৰস্ত হৈছে ছয়খন জিলা। ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যত এই দুৰ্যোগৰ কৱলত…