Author: Mohini

কামৰূপ মহানগৰ CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতা

কামৰূপ মহানগৰ CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতাৰে উকিল সন্থাৰ প্ৰতিবাদী সমদল। সোমবাৰে উকলি সন্হা, গুৱাহাটীৰ উদ্যোগত প্ৰায় দুই শতাধিক অধিবক্তাই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এই স্থানান্তৰ অবৈধ, একপক্ষীয় স্থানান্তৰ…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদী পদযাত্ৰা

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটী মহানগৰীত প্ৰতিবাদী সমদল। অসম জাতীয় জনগোষ্ঠীয় ২৫ টা দল সংগঠনৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। খানাপাৰা খেলপথাৰৰ পৰা ওলোৱা এই প্ৰতিবাদী পদযাত্ৰাত কেইবাশতাধিক লোকে…

গুৱাহাটী মহানগৰীক লৈ  বিশেষ পদক্ষেপ গ্ৰহণ  গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী মহানগৰীক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। গুৱাহাটী মহানগৰীৰ পথ নিৰ্মাণ , ৰাজহুৱা প্ৰশ্ৰাৱগাৰ , প্ৰেক্ষাগৃহ নিৰ্মাণৰ লগতে বিজুলী বাতি লগোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী…

বিকাশ অসমৰ আত্মসমৰ্পণ

অৱশেষত আত্মসমৰ্পণ কৰিলে বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব পদৰ বহিষ্কৃত নেতা বিকাশ অসমে। শনিবাৰে দিছপুৰ থানত আত্মসমৰ্পণ কৰে নেতাজনে। আত্মসমৰ্পণৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক।…

অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ বিয়োগ

বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক চৈয়দ চাদুল্লাৰ বিয়োগত। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩৩ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই। ৭৭ বছৰ…

৭ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰিব গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট

গুৱাহাটী বাসীৰ বাবে সুখবৰ। নৱেম্বত মুকলি হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা এই প্ৰকল্প পৰিদৰ্শন কৰি মুকলিৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে…

ব্ৰহ্মপুত্ৰত বিসৰ্জন জুবিনৰ চিতাভষ্ম

মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবি।’ জুবিন গাৰ্গৰ এই কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’ল জুবিনৰ চিতাভস্ম। ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে জুবিনৰ চিতাভষ্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হয় । ব্ৰহ্মপুত্ৰত…

মুক্তিৰথ – মায়াবিনী’  বিনামূলীয়া স্বৰ্গৰথ সেৱাৰ শুভাৰম্ভণি

হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত গুৱাহাটী পৌৰ নিগমে শুভাৰম্ভ কৰিলে ‘মুক্তিৰথ – মায়াবিনী’ নামেৰে বিনামূলীয়া স্বৰ্গৰথ সেৱাৰ শুভাৰম্ভ। এই সেৱা শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ফেডাৰেল বেংকৰ পল্টনবজাৰ…

মুক্তিৰ পূৰ্বে ৰাজ্যজুৰি  তোলপাৰ লগাইছে ৰৈ ৰৈ বিনালে

৩১ অক্টোবৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ । ছবিখন মুক্তিৰ পূৰ্বে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যতে। ছবিগৃহত টিকটৰ অনলাইন বুকিং মুকলি কৰি দিয়াৰ পিছতেই বুক মাই…

মই  আগতেই গম পালে জুবিনক ছিংগাপুৰ যাবলৈ নিদিলোহেঁতেন

মঙলবাৰে চি আই ডি কাৰ্যালয়ত হাজিৰ হয় বিশিষ্ট ড° ৰীতা চৌধুৰী। বিশিষ্ট সাহিত্যিক গৰাকীৰ সৈতে হোৱা জুবিন গাৰ্গৰ সাক্ষ্যাৎকাৰটো জুবিনৰ অন্তিম সাক্ষ্যৎকাৰ আছিল । য’ত জুবিন গাৰ্গে জীৱনৰ অকথিত কথা…