Author: Dipshikha

১২ ঘণ্টাৰ বাবে পেৰ’লত আহি কম্বোডিয়ান প্ৰেয়সীক জীৱন সংগী কৰিলে হাৰিয়ানাৰ গেংষ্টাৰে

কাৰাগাৰত বন্দী হৈ থকা এজন গেংষ্টাৰে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবৰ বাবে ১২ ঘণ্টাৰ বাবে পেৰ’লত মুকলি হৈ আহি সম্পন্ন কৰা এখন ৰাজকীয় বিয়াৰ কাহিনী ।নাম হৈছে মইনপাল ধিল্লা ।…

২ অক্টোবৰত ‘No UPI Day’

২ অক্টোবৰত ‘No UPI Day’। ক’লা কাপোৰেৰে QR ক’ড ঢাকি প্ৰতিবাদ ব্যৱসায়ীৰ দিল্লীৰ ব্যৱসায়ীসকলৰ এটা সংগঠনে ২ অক্টোবৰত ‘No UPI Day’ পালন কৰাৰ প্ৰস্তুতি চলাইছে।কেন্দ্ৰীয় চৰকাৰ আৰু নেচনেল পেমেণ্টছ কৰ্প’ৰেচন…

দুৰ্গা পূজাত বেছিকৈ পাব অৰুণোদয়ৰ ধন

দুর্গা পূজাৰ উপহাৰ হিচাপে অৰুণোদয়ৰ হিতাধিকাৰীসকলক তেওঁলোকে প্রতিমাহে নিয়মীয়াকৈ লাভ কৰি অহা ১,২৫০ টকাৰ পৰিৱৰ্তে অহা অক্টোবৰ মাহত ১,৫০০ টকাকে প্রদান কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্রহণ কৰে ।ৰাজ্যিক কেবিনেটে চলিত…

ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণ কৰা হ’ব

ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণ কৰা হ’ব ৷ ইতিমধ্যে সকলোৰে জ্ঞাত এই খবৰে বহু সম্ভাৱনা কঢ়িয়াই আনিছে ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেই ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং নিৰ্মাণৰ কাম হাতত…

সামাজিক মাধ্যমত পুনৰ আন এক পোষ্ট সীমান্ত শেখৰৰ

বিজেপি দল ত্যাগৰ পোষ্টৰ পাছতে, সামাজিক মাধ্যমত পুনৰ আন এক পোষ্ট কৰিছে সীমান্ত শেখৰে। সামাজিক মাধ্যমত শিল্পীগৰাকীয়ে তেওঁ বিজেপি এৰাৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ স্পষ্ট কৰি দিয়ে।কোনো পদ, পৰিচয় বা ৰাজনৈতিক…

২ অক্টোবৰৰ পৰা নতুন পৰ্যটন ঋতুৰ বাবে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

সুদীৰ্ঘ দিন বন্ধ হৈ থকাৰ পাছত অহা ২ অক্টোবৰৰ পৰা ২০২৬-২৭ বৰ্ষৰ নতুন পৰ্যটন ঋতুৰ বাবে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য স্থান মানস ৰাষ্ট্ৰীয় উদ্যান আৰু…

কামৰূপত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

কামৰূপত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিজ-গন্ধমৌত লালচান্দ আলী নামৰ এজন লোকৰ ঘৰত শুৱালকুছি আৰক্ষীৰ অভিযান। এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা…

৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

ৰাজ্যখনৰ মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু সুলভ কৰি তুলিবলৈ তামিলনাডু চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।অহা ২ অক্টোবৰৰ পৰা সমগ্ৰ তামিলনাডুত মহিলা আৰু লিংগপ্ৰাৰ্থী (ট্রান্সজেণ্ডাৰ) সকলৰ বাবে এক বিশেষ…

অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক

ভাৰত-বাংলাদেশ সীমান্তৰে অসমত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ২২ টা বাংলাদেশীক মঙলবাৰে অসম আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ অসম আৰক্ষীয়ে লগতে মানকাচৰৰ পৰা ৬ টা অনুপ্ৰৱেশকাৰী আটক কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত…

চচলত হাজাৰ হাজাৰ বানাক্ৰান্তৰ গৰ্জন

উজনি অসমৰ ভয়াৱহ বানাক্ৰান্ত ৰাইজক উচিত ক্ষতিপূৰণ আৰু সাহাৰ্য প্ৰদানৰ দাবীত বুধবাৰে গুৱাহাটীৰ চচলস্থিত প্ৰতিবাদী স্থলীত ৰাইজৰ দলৰ উদ্যোগত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিনিটা মাহ অতিক্ৰম কৰাৰ…