Author: Dipshikha

মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমান নিৰুদ্দেশ

মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমান নিৰুদ্দেশ৷ ৰাডাৰৰ সৈতে সম্পৰ্ক ছিন্ন আফ্ৰিকাৰ দেশ মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমানৰ৷ বিমানখনত আছিল উপ-ৰাষ্ট্ৰপতি ছাউলোছ চিলিমা৷ উপ-ৰাষ্ট্ৰপতিসহ আন ৯ জন লোক আছিল সামৰিক বিমানখনত৷ বিমানখনৰ সৈতে যোগাযোগ কৰিবলৈ…

আজি ভাৰত আৰু পাকিস্তানৰ মাজত T20 বিশ্বকাপ

আজি নিশা ৮ বজাৰ পৰা টি-২০ বিশ্বকাপ ২০২৪ ৰ সৰ্ববৃহৎ খেলখন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । এই খেলখনৰ পূৰ্বে টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে তেওঁ সকলো…

আজি প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰলৈ শপত ল’ব মোদীয়ে

আজি প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰলৈ শপত ল’ব মোদীয়ে। পুৱাতে ৰাজঘাটত উপস্থিত নৰেন্দ্ৰ মোদী। মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ মোদীৰ। অটল বিহাৰী বাজপেয়ীৰ সমাধিতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ৱাৰ মেম’ৰিয়েল ছহিদসকললৈ প্ৰণিপাত মোদীৰ।

T20 বিশ্বকাপত আন এক অঘটন

চলিত T20 বিশ্বকাপত আন এক অঘটন। আফগানিস্তানৰ বিৰুদ্ধে ৮৪ ৰানত পৰাস্ত নিউজীলেণ্ড। প্ৰথমে বেটিং কৰি আফগানিস্তানে সংগ্ৰহ কৰিছিল ১৫৯ ৰান। আফগানিস্তানৰ ৰহমানুল্লাহ গুৰবাজে খেলে ৮০ ৰানৰ ইনিংছ। প্ৰত্যুত্তৰত ৭৫ ৰানতে…

নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন ছাত্ৰই

নগাঁও জিলাৰ জুৰীয়াৰ কাৱৈমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ বাইজিদ বাহাৰে। কাৱৈমাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ফজলুল হক আৰু বানেচা খাতুনৰ পুত্ৰ বাইজিদ বাহাৰে সদ্য ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত…

পুনৰ ড্ৰাগছ বিৰোধী সফল অভিযান

নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড’ৰত পৰিণত হৈছে এইবাৰ চুবুৰীয়া ৰাজ্য মিজোৰাম। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা প্ৰায় প্ৰতিদিনেই ম্যানমাৰ সীমান্তৱৰ্তী চাম্পাই জিলাৰে ভাৰতলৈ সৰবৰাহ কৰা হয় কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ।তাৰ…

বিষাক্ত কাঠফুলা খাই অসুস্থ বহু লোক

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ গৰুৱাঝাৰত বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ ৫ গৰাকী লোক অসুস্থ।ওদালগুৰিৰ ভেৰগাঁৱৰ ১ নং গৰুৱাঝাৰত একেটা পৰিয়ালৰ শিশু সহ পাঁচ গৰাকী অসুস্থ হৈ পৰিছে।কাঠফুলা খাই অসুস্থ হৈ পৰাত…

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ১৬ খনকৈ জিলাত Yellow Alert জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে!তালিকা আছে নেকি আপোনাৰ জিলাৰো নাম?ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ল’ব পাৰে বতৰ।বিগতে কিছু দিনৰ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে হৈ…

পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

এইবাৰ ছিপাঝাৰত সুৰাসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। গোৱালঝাৰত পুত্ৰ শশাংকৰ দাৰ ঘাপত নিহত ইন্দ্ৰকান্ত শৰ্মা। প্ৰচুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসালয়ত মৃত্যু ইন্দ্ৰকান্ত শৰ্মাৰ। বুধবাৰে হত্যাকাৰী পুত্ৰই প্ৰহাৰ কৰিছিল পিতৃ-মাতৃক। সংকটজনক…

গহপুৰত চোৰৰ বৃহৎ গেং আটক

গহপুৰৰ হেলেমত বৃহৎ চোৰৰ গেং আটক। ট্ৰাক-স্কৰপিঅ’সহ ৮ গভাইত চোৰ আটক হেলেম আৰক্ষীৰ। ৰাজ্যৰ ভিন্নপ্ৰান্তত চুৰিকাৰ্য সংঘটিত কৰিছিল চোৰকেইটাই। আটক মুকালমুৱৰ চাব্দান খান, ছাফিকুল ইছলাম, আক্ৰোম আলী, চায়েদ আলী, নাজ্ৰোল…