Author: Dipshikha

আৰক্ষীৰ অভিযানত লংকাত উদ্ধাৰ সোণৰ বিস্কুট

আৰক্ষীৰ অভিযানত লংকাত উদ্ধাৰ কৰা হৈছে সোণৰ বিস্কুট। শনিবাৰে নিশা লংকা আৰক্ষীয়ে অভিযান চলাই চহৰখনৰ ময়ুৰ হোটেলৰ ১০৩ নং কোঠাৰ পৰা দুখন সোণৰ বিস্কুট আৰু নগদ ৯লাখ টকা উদ্ধাৰ কৰে।ইয়াৰোপৰি…

ৰূপহীহাটত চোৰাং চিকাৰী আটক

ৰূপহীহাট আৰক্ষীৰ জালত বন্দুকসহ ২২জাই গুলিৰ সৈতে আটক তিনি চোৰাং চিকাৰী।ৰূপহীহাট আৰক্ষীয়ে নিশা পৃথকে পৃথকে অভিযান চলাই আটক কৰে তিনি চুৰাং চিকাৰীক।গঁড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে হেকমত…

দেৰগাঁৱৰ ফুকন নগৰত নিশা পথ দুৰ্ঘটনা

দেৰগাঁৱৰ ফুকন নগৰত নিশা পথ দুৰ্ঘটনা। পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত খুন্দা তীব্ৰবেগী বাইকৰ। দুৰ্ঘটনাত থিতাতে নিহত জিজ্ঞাস নামৰ যুৱক। দুৰ্ঘটনাত সঞ্জয় বৰা নামৰ এজন আহত। দুৰ্ঘটনাত ভাগি পৰে ১১ হাজাৰ…

ছয়গাঁৱত ভয়ংকৰ হত্যাকাণ্ড

ছয়গাঁৱৰ ভাঠীপাৰাত নৃশংস হত্যাকাণ্ড। পাৰিবাৰিক কন্দলৰ বাবেই ক্ষীৰোদ দাস নামৰ লোকজনক হানি-খুঁচি হত্যা। তাঁতশালৰ গাৰিৰ বাবে ক্ষীৰোদ দাসক হত্যা শালপতিৰ। দুদিন পূৰ্বে দুই ভগ্নীৰ মাজত লাগিছিল কাজিয়া। হত্যাকাৰীক ফাঁচিৰ দাবী…

ভয়ংকৰ নাওঁ দুৰ্ঘটনা

মধ্য আফ্ৰিকাৰ দেশ কংগোত ভয়ংকৰ নাও দুৰ্ঘটনা। নাও ডুবি ৮৬জনকৈ লোকৰ মৃত্যু। কৱা নৈত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। এখন নাৱৰ ইঞ্জিন বিকল হৈ খুন্দা মাৰে আন এখন নাৱত। ৰাজধানী…

যোৰহাটত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

যোৰহাটত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু। উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু যুৱকজনৰ। নিমাতী বৰআলি ফাকুৱা দলৰ সমীপত এই ঘটনা। চৰকাৰী ভৱন নিৰ্মাণৰ কামত নিয়োজিত আছিল যুৱকজন।বিদ্যুৎ পৰিবাহী তাঁৰৰ তলতে…

জম্মু-কাশ্মীৰত পুনৰ গুলীচালনা

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীচালনা। ৰিয়াছি, কঠুৱাৰ পাছত এইবাৰ ডোডা জিলাত গুলীচালনা। ডোডাৰ সেনাৰ অস্থায়ী ঘাটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত ৬ নিৰাপত্তাৰক্ষী। গুলীচালনাত আঘাতপ্ৰাপ্ত হৈছে…

বন্যহস্তীৰ মুক্ত বিচৰণ

নগাঁৱৰ বঢ়মপুৰৰ ১নং ঘোগৰ গাঁৱৰ ঝাৰণিত বৃহৎ বন্যহস্তীৰ জাকৰ অৱস্থান।বহুকেইটা পোৱালিসহ প্ৰায় ৪০/৫০ জনীয়া বন্যহস্তীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত ৰাইজ।কৃষিকাৰ্য্য আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাক্ মুহূৰ্তত হাতীৰ জাকটো দেখি শংকিত স্থানীয়…

পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ ৰৈ থকা ট্ৰাকত খুন্দা এখন তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ৷ দুৰ্ঘটনাত থিতাতে নিহত হেণ্ডিমেন বাবুল আলী৷ চালক নুৰ আলীক দেৰগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি৷

অমৃতপাল সিঙৰ মুকলিৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিক হেঁচা

অমৃতপাল সিঙৰ মুকলিৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিক হেঁচা! আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ কাষত অমৃতপাল সিঙৰ অধিবক্তা৷ অমৃতপাল সিঙক মুকলিৰ বাবে কাষ চাপিছে আমেৰিকাৰ৷ অধিবক্তা যশপ্ৰীত সিঙে বিচাৰিছে কমলা হেৰিছৰ হস্তক্ষেপ৷ আমেৰিকাৰ সংসদতো বিষয়টো…