Author: Dipshikha

চৌদিশে বানৰ বিভীষিকা

বান আহিল আৰু গল । কিন্তু এতিয়াও বানত ককবকাই আছে ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ গঞাই । বাক্সা জিলাৰ অধীনৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত মাদৈকাটা গাঁৱৰ বন্যাৰ্তই বৰ্তমানেও লাভ নকৰিলে বান সাহাৰ্য ।…

বন বিভাগৰ সফল অভিযান

নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউন্টাৰ দুজন নিহত।নগাঁৱৰ লাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক এনকাউন্টাৰ।নিশা ৰৌমাৰী বিলত চোৰাং কৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই জলিল উদ্দিন…

এটা পথে জলাকলা খুৱাইছে ৰাইজক

পথৰ দুৰ্ৱস্থাই জলাকলা খুৱাইছে ৰাইজক ।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম আৰু চক্ৰভৌম গাঁও পঞ্চায়ত সম্পূৰ্ণ ব্যৰ্থ পথৰ দুৰ্ৱস্থা নিৰ্মুল কৰাত।সময়ে সময়ে ৰাইজে গাঠিৰ ধন ভাঙি বা শ্ৰম দান দি কৰিব লগীয়া হৈ…

কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে

কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে । চতুৰ্থ দিনাও অব্যাহত আছে বৰলীয়া নৈৰ তাণ্ডৱ । বানত ডুব গৈছে অঞ্চলটোৰ ঘৰ-দুৱাৰ, পথ সকলো । কোনোৱে যদি বিচনাৰ ওপৰত বিচনা…

কৰিমগঞ্জত ভূমিস্খলন

কৰিমগঞ্জত ভূমিস্খলন। ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ মৃত্যু। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা। আব্দুল কৰিমৰ পৰিয়ালৰ ৫ গৰাকী লোকৰ মৃত্যু। নিহত আব্দুল কৰিমৰ পত্নী…

নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত নিশা চাঞ্চল্যকৰ ঘটনা

নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত নিশা চাঞ্চল্যকৰ ঘটনা। জ্যেষ্ঠ ভাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কনিষ্ঠ ভাতৃৰ। ভাতৃৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মজিবৰ আলী। সংকটজনক অৱস্থাত মজিবৰক চিকিৎসালয়ত ভৰ্তি। আক্ৰমণকাৰী কনিষ্ঠ ভাতৃ আবুল হুছেইনক আটক…

পাটনা বিমানবন্দৰত বোমাতংক

পাটনা বিমানবন্দৰত বোমাতংক! জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। মেইলযোগে ভাবুকি দুৰ্বৃত্তৰ। ভাবুকিভৰা মেইলৰ পাছতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

ৰাজ্য চৰকাৰৰ গৃহ সচিবৰ চৰম পন্থা

ৰাজ্য চৰকাৰৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ চৰম পন্থা। পত্নীৰ মৃত্যুৰ পাছতে ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই চৰম পন্থা চেতিয়াৰ। পত্নীৰ চিকিৎসাৰ বাবে বিগত ৪ মাহ ধৰি ছুটীত আছিল IPS বিষয়াগৰাকী। দীৰ্ঘদিনে…

T20 বিশ্বকাপৰ Super 8ত প্ৰৱেশ ইংলেণ্ডৰ

T20 বিশ্বকাপৰ Super 8ত প্ৰৱেশ ইংলেণ্ডৰ। ৪ খন মেচত ৫ পইণ্ট সংগ্ৰহেৰে Super 8ৰ যোগ্যতা অৰ্জন। স্কটলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয়ৰ পিছতে নিশ্চিত হ’ল ইংলেণ্ডৰ স্থান। ৪ খন মেচৰ পৰা ইংলেণ্ড-স্কটলেণ্ডে…

মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে

‘মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে। যোৰহাটৰ ৰাইজে আৱেগৰ বশৱৰ্তী হৈ গৌৰৱ গগৈক ভোট দিছে’। ‘বহুতে মোদীৰ ফটোত সেৱা জনায়ো ভোট দিছে গৌৰৱ গগৈক’। ‘গৌৰৱৰ স্থানত অন্য হোৱা হ’লে ১…