Author: Dipshikha

কেবিনেট বৈঠকৰ খাদ্য তালিকাত কি কি আছে জানেনে?

ছাগলী মাংসৰ পৰা মাছৰ টেঙালৈ… নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ বাবে বিধে বিধে প্ৰস্তুত সুস্বাদু খাদ্য সম্ভাৰ, কি কি আছে মেন্যুত?পঢ়ক সবিশেষ…. ১— প্লেন ৰাইচ , জিৰা ৰাইচ, পোলাও২— ছাগলীৰ মাংস৩—-…

পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক

পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বুধবাৰে দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে।আদালতত চি বি…

অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন

অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন। অসম অৰুণাচল সীমান্তৱৰ্তী নাওবৈচাত ৰঙা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বাবে সাজু।শতাধিক সেনা বাহিনী,আৰক্ষী,বন সুৰক্ষা বাহিনী সাজু হৈ উঠিছে।লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ ৰঙা…

নগাঁৱত সুদখোৰৰ আতংক

নগাঁৱত সুদখোৰৰ আতংক। নগাঁৱৰ পুৰণিগুদামৰ ৰামটিলা আটিত সুদখোৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন।মাত্ৰ তিনি হাজাৰ টকাৰ বাবে হজৰৎ আলী নামৰ লোকজনক আক্ৰমণ কৰিলে সুদখোৰ মতিন আলীয়ে।সুদলৈ দিয়া তিনি হাজৰ টকা নিবলৈ আহি…

দিল্লীৰ জলমন্ত্রীক চিকিৎসালয়ত ভৰ্তি

দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনাক চিকিৎসালয়ত ভৰ্তি। আমৰণ অনশনৰ মাজতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে আতিশী। LNJP হাস্পতালত নিশাই ভৰ্তি কৰা হয় মন্ত্ৰীগৰাকীক। দিল্লীৰ তীব্ৰ জলসংকটক লৈ আমৰণ অনশনত বহিছিল মন্ত্ৰীগৰাকী।দ্ৰুতভাৱে ৰক্তচাপ…

লাওখোৱা অভয়াৰণ্যত ঘটনা মাৰ এতিয়াও নাই যোৱা

লাওখোৱা অভয়াৰণ্যৰ এনকাউন্টাৰ ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই.. আজি জুৰীয়াত ঘটনা সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহেৰে আমছুৰ উত্তাল প্ৰতিবাদ।আব্দুল জলিল আৰু ছমিৰ উদ্দিন ।নামৰ ভাতৃদ্বয়ক চোৰাংকৈ মাছমৰাৰ অভিযোগত…

নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি

নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি।গৰু চোৰক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী ।অঞ্চলটোত অব্যাহত আছে গৰু চোৰৰ উৎপাত । প্ৰতি নিশাই চোৰে কোনোবা নহয় কোনোবা গাওঁৰ গোহালিত চলাই চাফাই অভিযান । নিশা…

কামপুৰত বাঢ়নী পানীত পৰি মৃত্যু এজনৰ

কামপুৰত বাঢ়নী পানীত পৰি এজনৰ মৃত্যু হৈছে। নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মহগৰিয়া আটি গাঁৱৰ এজন লোক নিশাৰীৰ বাঢ়নী পানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে।জানিব পৰা…

বকোত নিশা ভয়ংকৰ ঘটনা

বকোৰ লামপাৰাত শনিবাৰৰ নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুৰ্ধৰ্ষ ডকাইত এটালৈ আৰক্ষীয়ে নিক্ষেপ কৰে দুজাঁই গুলী। ভৰিত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটো। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ…

লাওখোৱা অভয়াৰণ্যত ভয়ংকৰ ঘটনা

লাওখোৱা অভয়াৰণ্যত শনিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভয়াৰণ্যতখনত বন বিভাগৰ গুলীচালনাত দুজন লোক নিহত হৈছে। অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক গুলীচালনা কৰে বন বিভাগে। নিশা ৰৌমাৰী…