কামৰূপত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিজ-গন্ধমৌত লালচান্দ আলী নামৰ এজন লোকৰ ঘৰত শুৱালকুছি আৰক্ষীৰ অভিযান। এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।লোককেইজনক অসমৰ বিভিন্ন প্রান্তৰ পৰা আনি আৱদ্ধ কৰি ৰাখিছিল।এজেণ্টৰ জৰিয়তে লালচান্দ আলীয়ে আনিছিল লোককেইজনক। Share this:FacebookX Related Post navigation ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা প্ৰয়োজনীয় বিত্তীয় সঞ্চয়ৰ নাটনিৰ বাবে অৱসৰকালীন প্ৰস্তুতি এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান: এক্সিছ মেক্স লাইফৰ অধ্যয়ন