ভাৰত-বাংলাদেশ সীমান্তৰে অসমত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ২২ টা বাংলাদেশীক মঙলবাৰে অসম আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ অসম আৰক্ষীয়ে লগতে মানকাচৰৰ পৰা ৬ টা অনুপ্ৰৱেশকাৰী আটক কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা নিশ্চিত কৰিছে ৷সামাজিক মাধ্যম এক্সত মঙলবাৰে নিশা কৰা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক কৰিছে ।” Share this:FacebookX Related Post navigation চচলত হাজাৰ হাজাৰ বানাক্ৰান্তৰ গৰ্জন ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা