Business ৪ মে’ত ৰাজ্যত ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল May 2, 2026 Dipshikha ৪ মে’ত ৰাজ্যত ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল। সোমবাৰে ৰাজ্যৰ ৪০টা ভোটকেন্দ্ৰত পুৱাৰে পৰা অনুষ্ঠিত হ’ব ভোটগণনা। ভোটগণনাৰ বাবে নির্বাচন আয়োগৰ ব্যাপক প্রস্তুতি। এইবাৰ অসমত অভিলেখ সংখ্যক হাৰত ভোট দিছিল…
Business পুনৰ আজি আৰম্ভ হৈছে ভোটগ্ৰহণ May 2, 2026 Dipshikha ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ ১৫ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ সময়ত ইভিএমৰ সৈতে খেলিমেলি কৰাৰ অভিযোগ…
Business লাই শাকৰ উপকাৰী গুণৰ বিষয়ে জানেনে May 2, 2026 Dipshikha লাই শাক (Mustard Greens) ভিটামিন A, C, K, আৰু এণ্টিঅক্সিডেন্টেৰে ভৰপূৰ এক পুষ্টিকৰ শীতকালীন শাক। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, হজম শক্তি উন্নত কৰে, হৃদৰোগৰ আশংকা কমায় আৰু চকুৰ স্বাস্থ্যৰ…
Business ৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা April 29, 2026 Dipshikha অসমত আগন্তুক ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।গুৱাহাটী আৰু বৰাক উপত্যকাত হ’ব পাৰে প্রচণ্ড ধুমুহা-বৰষুণ।কাছাৰ,হাইলাকান্দি, শ্রীভূমিৰ বিভিন্ন ঠাইত বজ্রপাত, ধুমুহাৰ সম্ভাৱনা।
Business ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা April 29, 2026 Dipshikha পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা।EVM বিকলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।হাওৰাৰ এটা ভোটগ্রহণ কেন্দ্রত হুলস্থুলীয়া পৰিৱেশ ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা CRPFৰ ।অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰা দুজনক গ্ৰেপ্তাৰ।
Business সুৰাপায়ী চালকৰ উদ্ভণ্ডালি April 29, 2026 Dipshikha গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত সুৰাপায়ী চালকৰ উদ্ভণ্ডালি।ষ্টাণ্ট কৰিবলৈ গৈ বিদ্যুতৰ খুঁটাত খুন্দিয়ালে এখন চাৰিচকীয়া বাহনে।দুৰ্ঘটনাৰ পাছতে দপদপকৈ জ্বলি উঠে বাহনখন।দুৰ্ঘটনাটোত আহত তিনিজন আৰোহী।স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই বাহনৰ চালকজনক।
Business ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত April 29, 2026 Dipshikha ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত হোৱা কাৰ্যই দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে ৷ কিহৰ বাবে ভাতৃয়ে এনে কৰিবলৈ বাধ্য হ’ল সেই কথাই সংবাদ শিৰোনাম দখল কৰিছে…
Business ন্যায় পালে অভি নীলে April 24, 2026 Dipshikha নগাঁও আদালতে সোমবাৰে বহুচৰ্চিত অভি-নীল হত্যাকাণ্ডৰ গোচৰত ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পাছত আজি ন্যায়ালত শাস্তি ঘোষণা কৰাৰ প্ৰক্ৰিয়া চলি আছে।অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই কয় যে এই ঘটনাত…
Business বিপদত পৱন খেৰা April 24, 2026 Dipshikha আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে নাকচ কৰিলে কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন আবেদন। ২৪ এপ্ৰিল ২০২৬ৰ শুকুৰবাৰে পুৱা ১০-৩০ বজাত এই ৰায়দান আদালতৰ। উল্লেখ কৰা প্ৰয়োজন…
Business কাবুলি বুটৰ উপকাৰীতা April 24, 2026 Dipshikha কাবুলি বুটত ফাইবাৰ যথেষ্ট পৰিমাণে থাকে ৷ উচ্চ আঁহৰ বস্তুবোৰে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে ৷ তদুপৰি, আঁহে মেদবহুলতা হ্ৰাস কৰে আৰু শিৰাবোৰত জমা হোৱা প্লেক হ্ৰাস কৰাত সহায় কৰে…