নগাঁও আদালতে সোমবাৰে বহুচৰ্চিত অভি-নীল হত্যাকাণ্ডৰ গোচৰত ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পাছত আজি ন্যায়ালত শাস্তি ঘোষণা কৰাৰ প্ৰক্ৰিয়া চলি আছে।অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই কয় যে এই ঘটনাত মৃত্যুদণ্ড প্ৰযোজ্য নহয় আৰু যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ সম্ভাৱনা অধিক। তেওঁ লগতে জনায় যে, শাস্তি যিয়েই নহওক, উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হ’ব। Share this:FacebookX Related Post navigation বিপদত পৱন খেৰা