Author: Dipshikha

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে ৷ কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে…

উত্তপ্ত বংগ

পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ৪৮ ঘণ্টাৰ ভিতৰতে নিৰ্বাচনোত্তৰ হিংসাত্মই ব্যাপক ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ বুধবাৰে নিশা কলকাতাৰ উত্তৰ প্ৰান্তত অচিনাক্ত আক্ৰমণকাৰীয়ে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ…

হিমন্ত বিশ্ব শৰ্মা মিছলীয়া

“হিমন্ত বিশ্ব শৰ্মা মিছলীয়া ৷ তেওঁ কৈছে তেওঁ হেনো মোৰ বিৰুদ্ধে মিটিং কৰা নাই ৷ তেওঁ মোৰ বিৰুদ্ধে দস্তুৰমত মিটিং কৰিছে ৷”—বিধানসভা নিৰ্বাচনত শিৱসাগৰত অখিল গগৈয়ে বিজয় সাব্যস্ত কৰাক লৈ…

নৰেন্দ্ৰ মোদীয়ে কৰিলে এই কাম

অপাৰেচন সিন্দূৰ’ৰ এবছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স একাউণ্টৰ ডিছপ্লে’ পিকচাৰ পৰিৱৰ্তন কৰিছে। নিজৰ ফটোৰ পৰিৱৰ্তে মোদীয়ে ডিছপ্লে’ পিকচাৰত লগাইছে ‘অপাৰেচন সিন্দূৰ’ লিখা থকা এখন ফটো, য’ত আছে…

আজি মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজি মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ। পুৱা ৮ বজাৰ পিছত খোল খালে মন্দিৰৰ দুৱাৰ। ইয়াৰ পূৰ্বে সুন্দৰ ৰূপত সজাই তোলা হয় কেদাৰনাথ মন্দিৰ। অসমৰ জাঁপি আৰু প্ৰায় ৫১ কুইণ্টল ফুলৰ…

এক ভয়ংকৰ অগ্নিকাণ্ড

দিল্লীৰ শ্বাহদৰা জিলাৰ বিবেক বিহাৰ অঞ্চলৰ চাৰি মহলীয়া অট্টালিকাত দেওবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হৈ ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক আহত হয় । অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱতি নিশা…

সাৱধান মহানগৰবাসী

২০২৬ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত মাত্র এটা দিন বাকী । ৪ মে’ত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা । সাজু নিৰ্বাচন আয়োগকে ধৰি জিলা প্ৰশাসন । ভোটগণনাৰ দিনাটোক লৈ…

এক উপকাৰী খাদ্য

কলমৌ শাক (Water Spinach) আইৰণ, কেলছিয়াম, ভিটামিন এ, চি আৰু আঁহযুক্ত এক পুষ্টিকৰ থলুৱা বনশাক, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই ডায়েবেটিছ, জণ্ডিচ, উচ্চ ৰক্তচাপ আৰু কোষ্ঠকাঠিন্যৰ দৰে…

ৰিয়ানক লৈ আহিল ডাঙৰ খবৰ

ৰিয়ান পৰাগৰ ভেপিং কাণ্ডক লৈ এইবাৰ মুখ খুলিলে প্ৰাক্তন ভাৰতীয় তাৰকা ৰবিচন্দ্ৰন অশ্বিনে। ভাৰতৰ প্ৰাক্তন অফ-স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে কয় যে IPLৰ মেচৰ সময়ত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ ‘ভেপিং’ (Vaping)…

সাৱধান ৰাজ্যবাসী!

সাৱধান ৰাজ্যবাসী! ৰাজ্যত ধুমুহা-বৰষুণৰ সন্ত্রাস। প্রচণ্ড বেগেৰে আহিছে ধুমুহা-বৰষুণ। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে এলার্ট। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে ইয়েল্লো, অৰেঞ্জ…