পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে ৷ কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহু কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ নেতাৰ উপস্থিতিত শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে । Share this:FacebookX Related Post navigation বংগত গেৰুৱা যুগৰ আৰম্ভণি, মুখ্যমন্ত্রী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ কেন্সাৰ প্ৰতিৰোধত সহায়ক এই বিধ খাদ্য