Business ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল April 23, 2026 Dipshikha উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিনক লৈ অন্ত পৰিল জল্পনা-কল্পনা। কিয়নো ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিন। সামাজিক মাধ্যমিক যোগে ফলাফল প্ৰকাশ পোৱাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।২৮…
Business ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক April 23, 2026 Dipshikha ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক। বিজেপি প্ৰাৰ্থী ৰেখা পাত্ৰৰ হৈ ধন বিলোৱাৰ অভিযোগ নাথৰ বিৰুদ্ধে।পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ধন বিলোৱাৰ অভিযোগত আটক কৰে বিজেপি প্ৰাৰ্থীগৰাকীক।
Business মির্জাপুৰত ভয়ংকৰ দুৰ্ঘটনা April 23, 2026 Dipshikha উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।একেলগে দুর্ঘটনাগ্রস্ত কেইবাখনো বাহন।জীৱন্তে অগ্নিদগ্ধ হৈ বাহনত থকা ১১জনৰ লোকৰ মৃত্যু।দুর্ঘটনাৰ পাছতে ভস্মীভূত হয় কেইবাখনো বাহন ।
Business ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ April 23, 2026 Dipshikha ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ। ভিডিঅ’ প্ৰকাশ কৰিলে ইৰানে। কেনেকৈ ইৰানে চলাইছিল অভিযান? মুখত ক’লা কাপোৰ মাৰি জাহাজত প্ৰৱেশ কৰিছিল ইৰানী সেনা। MSC ফ্রান্সকো আৰু এপামিনন্দেছ নামৰ…
Business পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব April 22, 2026 Dipshikha পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ২৩ এপ্ৰিল, ২০২৬ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পাছত ২৯ এপ্ৰিল, ২০২৬ত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।ইয়াৰ মাজতে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত এছচিয়েশ্যন…
Business মধ্যপ্ৰদেশৰ ধাৰত বিধ্বংসী অগ্নিকাণ্ড April 22, 2026 Dipshikha মধ্যপ্ৰদেশৰ ধাৰত বিধ্বংসী অগ্নিকাণ্ড।কেইবা ঘণ্টা ধৰি পিথামপুৰ ঔদ্যোগিক এলেকাত জ্বলে জুই।এক আৱৰ্জনা প্ৰকল্পত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।সৌভাগ্যক্ৰমে ৰক্ষা পৰে বহু লোকৰ প্ৰাণ ।প্ৰকল্পৰ কাষৰীয়া এলেকালৈও সম্প্ৰসাৰণ জুইৰ।
Business জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি April 22, 2026 Dipshikha জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি। অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ আজি জামিন আবেদনৰ শুনানি। আজি আদালতে গ্ৰহণ কৰিব গোচৰৰ শুনানি।শ্যামকানু মহন্তৰ হৈ যুক্তি অসমৰ অধিবক্তাৰ।জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰা শ্যামকানু…
Business পহলগামত সংঘটিত জঘন্য ঘটনাৰ বুধবাৰে এটা বছৰ সম্পূৰ্ণ হ’ল April 22, 2026 Dipshikha পহলগামত সংঘটিত জঘন্য ঘটনাৰ বুধবাৰে এটা বছৰ সম্পূৰ্ণ হ’ল ৷ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদীৰ সেই জঘন্য ঘটনাত নিহত লোকসকল শ্ৰদ্ধাৰে স্মৰণ কৰে ৷জন্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হোৱা লোকসকলক স্মৰণ…
Business বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ April 8, 2026 Dipshikha ৰাজ্যৰ অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ ফলত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে নদীপথৰ যাতায়তৰ ওপৰত…
Business অৱশেষত যুদ্ধ বিৰতি ঘোষণা April 8, 2026 Dipshikha অৱশেষত ইৰাণৰ বিৰুদ্ধে দুসপ্তাহৰ বাবে যুদ্ধবিৰতিত আমেৰিকাই সন্মতি প্ৰকাশ কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পশ্চিম এছিয়াৰ ৰাষ্ট্ৰখনৰ পৰা সভ্যতা নিঃশেষ কৰাৰ সময়সীমা বান্ধি দিছিল । অৱশ্য়ে এই সময়সীমা অন্ত…