Business যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পৱন খেড়া April 8, 2026 Dipshikha যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পৱন খেড়া। পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেড়াই। এইবাৰ হায়দৰাবাদ পালেগৈ অসম আৰক্ষীকংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াক বিচাৰি অভিযান।মঙলবাৰে দিল্লীলৈ খেড়াক বিচাৰি গৈছিল আৰক্ষীৰ দল।খেড়াৰ…
Business ভোটাৰলৈ নিৰ্বাচন আয়োগৰ বিশেষ নির্দেশনা April 8, 2026 Dipshikha বিধানসভা নিৰ্বাচনৰ ভোটদানৰ বাবে মাত্র কেইটামান ঘণ্টা বাকী। ভোটদানৰ পূৰ্বে ভোটাৰলৈ নিৰ্বাচন আয়োগৰ বিশেষ নির্দেশনা। ভোটগ্রহণ কেন্দ্রলৈ লগত নিব নোৱাৰিব ম’বাইল। এশ মিটাৰ দূৰত্বত ম’বাইল জমা দি ল’ব লাগিব ৰচিদ।…
Business পুনৰ জ্বলিছে মণিপুৰ April 8, 2026 Dipshikha পুনৰ জ্বলিছে মণিপুৰ ! মঙলবাৰে বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুটা শিশু নিহত হোৱাৰ পিছতে পুনৰ ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । ৰাইজে বিভিন্ন স্থানত প্ৰতিবাদ আৰম্ভ কৰিছে ।…
Business পুনৰ সংঘটিত হৈছে নিৰ্বাচনী হিংসা April 6, 2026 Dipshikha বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । এই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজ্য়ত পুনৰ সংঘটিত হৈছে নিৰ্বাচনী হিংসা । বিগত কেইবাদিনত জোনাই বিধানসভা সমষ্টিত এনেধৰণৰ হিংসাত্মক…
Business অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে এটা দিন বাকী April 6, 2026 Dipshikha অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে এটা দিন বাকী । তেনে সময়তে সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাসগৃহলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ দুষ্কৃতিকাৰীৰ ।দুষ্কৃতিকাৰীয়ে প্ৰাৰ্থীগৰাকীক আক্ৰমণৰ লক্ষ্যৰে গ্ৰেণেড নিক্ষেপ কৰাৰ সন্দেহ…
Business ইন্ধনৰ তীব্ৰ নাটনি April 6, 2026 Dipshikha ইটালীত বৰ্তমান ইন্ধনৰ তীব্ৰ নাটনিৰ বাবে বিমান চলাচলত ব্যাপক বাধাৰ সৃষ্টি হৈছে। শেহতীয়া খবৰ অনুসৰি, ইটালীৰ চাৰিটা প্ৰধান বিমানবন্দৰত বিমানৰ ইন্ধন ভৰোৱাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উল্লেখ্য যে,…
Business ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন April 6, 2026 Dipshikha মৰিগাঁওৰ মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন। NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য। ১৬ জনক জীৱন্তে উদ্ধাৰ।তিনিজন সন্ধানহীন। সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক…
Business প্ৰতিটো পৰিয়াললৈ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ প্ৰদান কৰিব বুলি April 4, 2026 Dipshikha আজি মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলাবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলায় থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে।মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ো কয়…
Business মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা April 4, 2026 Dipshikha মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাহন নিয়ন্ত্ৰণ হেৰুৱাই এটা দকৈ খান্দি থকা কুঁৱাত বাগৰি পৰাৰ ফলত একেটা পৰিয়ালৰে ৯ জন লোকৰ থিতাতে মৃত্যু হয়। মৃতকৰ ভিতৰত…
Business আমেৰিকাৰ পৰা আহিছে ডাঙৰ খবৰ April 4, 2026 Dipshikha আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ইৰানৰ আকাশমাৰ্গত শুকুৰবাৰে ধ্বংস কৰে আমেৰিকাৰ F-15E বিমান। এই বিমান ধ্বংসৰ…