ৰাজ্যৰ অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ ফলত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে নদীপথৰ যাতায়তৰ ওপৰত । ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী অফলামুখ ঘাটত বন্ধ কৰি দিয়া হৈছে ফেৰীৰ অনলাইন টিকট সেৱা । কেৱল সেয়াই নহয়, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী চলাচলৰ সময়সূচীত কিছু সালসলনি কৰা হৈছে । Share this:FacebookX Related Post navigation অৱশেষত যুদ্ধ বিৰতি ঘোষণা মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰি বিপাঙত পৱন খেৰা; জামিন বিচাৰি তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ