পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা।EVM বিকলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।হাওৰাৰ এটা ভোটগ্রহণ কেন্দ্রত হুলস্থুলীয়া পৰিৱেশ ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা CRPFৰ ।অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰা দুজনক গ্ৰেপ্তাৰ। Share this:FacebookX Related Post navigation সুৰাপায়ী চালকৰ উদ্ভণ্ডালি ৩ দিনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা