গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত সুৰাপায়ী চালকৰ উদ্ভণ্ডালি।ষ্টাণ্ট কৰিবলৈ গৈ বিদ্যুতৰ খুঁটাত খুন্দিয়ালে এখন চাৰিচকীয়া বাহনে।দুৰ্ঘটনাৰ পাছতে দপদপকৈ জ্বলি উঠে বাহনখন।দুৰ্ঘটনাটোত আহত তিনিজন আৰোহী।স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই বাহনৰ চালকজনক। Share this:FacebookX Related Post navigation ভাতৃয়ে নিজৰ ভগ্নীৰ উৱলি যোৱা কংকাল কান্ধত লৈ বেংকত উপস্থিত ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা