Author: Dipshikha

অৰুণাচল প্ৰদেশত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে

এইবাৰ অৰুণাচল প্ৰদেশত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, বুধবাৰে লোহিত জিলাৰ লোহিতপুৰত এই ভূমিস্খলনৰ ঘটনাটো সংঘটিত হৈছে, যাৰ ফলত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা…

কঠোৰ হৈছে পৌৰ নিগম

গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম । নিয়ম পালন নকৰাসকলৰ বাবে ৩০০-২৫,০০০ টকাৰ জৰিমনাৰ ব্যৱস্থা ।মহানগৰীৰ য’তে-ত’তে আৱৰ্জনা পেলোৱা, ৰাজহুৱা সম্পত্তি নষ্ট কৰা আৰু প্ৰাকৃতিক জলাশয় প্ৰদূষিত…

বন বিভাগৰ বৃহৎ অভিযান

আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে আৰম্ভ কৰিলে তীব্ৰ অভিযান।১০০ শতাংশ অবৈধ কাঠফলা মিল বন্ধ হব লাগিব বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা কৰাৰ পাছতে দেখিবলৈ পোৱা…

দিল্লী আৰক্ষীৰ বৃহৎ সফলতা

দিল্লী আৰক্ষীৰ বিশেষ কোষে আইএছআই পৃষ্ঠপোষকতাত চলি থকা এক আন্তঃৰাজ্যিক সন্ত্ৰাসবাদী আৰু অস্ত্ৰ সৰবৰাহ নেটৱৰ্কৰ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা চাৰিজনৰ ভিতৰত তিনিজন পঞ্জাবৰ আৰু এজন…

ৰাম মন্দিৰৰ প্ৰসংগৰ সন্দৰ্ভত ৮জনক গ্ৰেপ্তাৰ

অযোধ্যাৰ ৰাম মন্দিৰত দানৰ ধন আত্মসাতৰ অভিযোগৰ তদন্তত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিছে যে গ্ৰেপ্তাৰ হোৱা ৮জন অভিযুক্তৰ ভিতৰত ৬জনক বাৰানসীস্থিত এটা ব্যক্তিগত নিৰাপত্তা সংস্থাৰ জৰিয়তে…

পুৱাই আহিল এক বেয়া খবৰ

বৃহস্পতিবাৰে পুৱাই আহিল এক বেয়া খবৰ ৷ তথ্য অনুসৰি, বেংগালুৰু দক্ষিণ জিলাৰ মদাপট্না গাঁৱত সংঘটিত হয় এক শোকাৱহ ঘটনা । পাহাৰৰ প্ৰকাণ্ড এটা শিল বাগৰি সেই স্থানত কাম কৰি থকা…

তিনিচুকীয়াত আটক দুই উগ্ৰপন্থী

শুকুৰবাৰে নিশা তিনিচুকীয়াৰ জাগুনত গ্ৰেপ্তাৰ কৰা হৈছে আলফা (স্বাধীন)ৰ দুই দুৰ্ধৰ্ষ সদস্যক। জিলাখনত চলোৱা এক অভিযানৰ অন্তত আৰক্ষীৰ জালত পৰে আলফা (স্বাধীন)ৰ সদস্য দুগৰাকী। ধৃত আলফা (স্বাধীন)ৰ কেডাৰ দুজন ক্ৰমে-চিঞৰ…

মহানগৰীৰ পাৰ্কত গলে ভৰিব লাগিব টকা

শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰৱেশৰ বাবে এতিয়াৰে পৰা নতুন মাচুল আদায় দিব লাগিব। কৰ্তৃপক্ষই ভিন্ন উদ্যানৰ পৰিৱেশ আৰু গুৰুত্ব অনুসৰি এই মাচুলসমূহ পুনৰ নিৰ্ধাৰণ কৰিছে। নতুন নিৰ্দেশনা অনুসৰি ৫ জুলাইৰ…

অখিল গগৈৰ সামাজিক মাধ্যমত ভাইৰেল ভিডিও

অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা অখিল গগৈৰ শেহতীয়াকৈ আন এক ভিডিঅ’ৱে এইবাৰ সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। বতৰৰ ফল খাবলৈ গৈ অখিল গগৈ উঠিল এজোপা লেতেকু গছত। বয়স হ’লেও অতি…

এতিয়াও শান্ত হোৱা নাই যুদ্ধৰ দাবানল

এতিয়াও শান্ত হোৱা নাই যুদ্ধৰ দাবানল ৷ ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতিৰ পাছৰ শেহতীয়া খবৰ অনুসৰি, আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আক্ৰমণ হৈছে ৷ খবৰ অনুসৰি ইৰাণে প্ৰথমে ছিংগাপুৰৰ পতাকা থকা এখন বাণিজ্যিক…