Month: August 2026

মন্দিৰত পদপিষ্ট হৈ ৭ জন ভক্তৰ মৃত্যু

বিহাৰৰ লক্ষীচৰাই জিলাৰ অশোকধাম মন্দিৰত সোমবাৰে পুৱা পদপিষ্ট হৈ ৭ জন ভক্তৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে ৷ শাওণ মাহৰ তৃতীয়টো সোমবাৰত জলাভিষেকৰ বাবে মন্দিৰটোত প্ৰায় ৫০ হাজাৰ…

জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই

৫ অক্টোবৰত পুনৰ শ্যামকানু মহন্তৰ জামিনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।উক্ত দিনা বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি পুনৰ পৰ্যালোচনা কৰি জামিনৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।আজি জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ…

উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ সোমবাৰৰ সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, দৃশ্যটো দেখি বৰ বেয়া লাগে।মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক গুৰুত্ব সহকাৰে লোৱা…

বিহাৰৰ লক্ষীচৰাইৰ অশোকধাম মন্দিৰত পদপিষ্ট হৈ ৭ ভক্তৰ কৰুণ মৃত্যু! আহত বহুতো

পবিত্ৰ শাওণ মাহৰ সোমবাৰে ভগৱান শিৱৰ আৰাধনা কৰিবলৈ ওলাই অহা ভক্তৰ সমাগম পৰিণত হ’ল এক হৃদয়বিদাৰক দুৰ্ঘটনাত। বিহাৰৰ লক্ষীচৰাই জিলাৰ প্ৰসিদ্ধ অশোকধাম মন্দিৰ চৌহদত পুৱাই সংঘটিত হ’ল এই অপ্ৰত্যাশিত পদপিষ্টৰ…

ট্ৰাক অপাৰেটৰসকলৰ অধিক লাভজনক ব্লেজো আই-টিআৰকে মুকলি কৰিলে মহিন্দ্ৰাই

মহিন্দ্ৰা গ্ৰুপৰ অন্তৰ্ভুক্ত মহিন্দ্ৰা ট্ৰাক এণ্ড বাছে ব্লেজো আই-টিআৰকে নামৰ এক নতুন প্ৰজন্মৰ গধুৰ বাণিজ্যিক বাহন মুকলি কৰিছে। পৰিবহণকাৰী আৰু বাহন মালিকসকলৰ বাবে ইয়াক ‘প্ৰফিট কা ৰকেট’ হিচাপে উপস্থাপন কৰা…

লেন্সকাৰ্টৰ ‘দৃষ্টি কী দৌড়’ মুকলি: দৰিদ্ৰ লোকক চশমা প্ৰদানৰ বাবে দৈনন্দিন খোজক এক দেশজোৰা অভিযানলৈ ৰূপান্তৰ

লেন্সকাৰ্টে ১৫ আৰু ১৬ আগষ্টত সমগ্ৰ দেশজুৰি ‘দৃষ্টি কী দৌড়—ৰান ফৰ ভিজন’ শীৰ্ষক এক ভাৰ্চুৱেল কাৰ্যসূচী মুকলি কৰিছে। ভাৰতত চকুৰ চিকিৎসা সেৱাৰ প্ৰসাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সামাজিক অভিযানৰ সৈতে…

শোক দিৱস’ পালন, ধেমাজি বিস্ফোৰণৰ বলি হোৱাসকলক স্মৰণ

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ উদযাপনৰ সময়ত বিস্ফোৰণত প্ৰাণ হেৰুৱা সাধাৰণ নাগৰিকসকলক স্মৰণ কৰি দেওবাৰে অসম চৰকাৰে ‘শোক দিৱস’ পালন কৰে। দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এই শোক অনুষ্ঠানত…

৮০ সংখ্যক স্বাধীনতা দিৱস: ২৫ জনক কৰ্মবীৰ পুৰস্কাৰ প্ৰদান, কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন এনএফআৰৰ

শনিবাৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উৎসাহ-উদ্দীপনাৰে উদযাপন কৰে উত্তৰ-পূব সীমান্ত ৰেলৱে (এনএফআৰ)-এ। মালিগাঁওস্থিত এনএফআৰএছএ কমপ্লেক্সত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত এনএফআৰৰ সাধাৰণ প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে জ্যেষ্ঠ ৰেল বিষয়া, কৰ্মচাৰী…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পুৰীৰ সাগৰ তীৰত সুদৰ্শন পাটনায়কৰ দেশপ্ৰেমৰ বলুকাশিল্প; ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰ বাৰ্তা

স্বাধীনতা দিৱসৰ উছাহৰ মাজতে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা বহন কৰা এক বিশেষ বলুকাশিল্পই দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ। শুকুৰবাৰে পুৰীৰ সাগৰ পাৰত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বলুকাশিল্পী সুদৰ্শন পাটনায়কে ভাৰতৰ ৮০সংখ্যক…

‘বৈষম্যমূলক’ শুদ্ধিকৰণ কাণ্ডৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ পদযাত্ৰা, আৰক্ষীৰ লগত সংঘাত

অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ (AICC) সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেইদিনমান আগতে উত্তৰাখণ্ডৰ হলদৱানীত এখন ৰাজহুৱা সভাত অংশ লোৱাৰ পিছত সেই সভাস্থলত BJP য়ে কথিতভাৱে গংগাজল ছটিয়াই “শুদ্ধিকৰণ” কৰাৰ “বৈষম্যমূলক আৰু নিন্দনীয়”…