Month: August 2026

অযোধ্যাৰ ৰাম মন্দিৰৰ চান্দা চুৰি কাণ্ডঃ চম্পত ৰায় আৰু অনিল মিশ্ৰক ক্লীন চিট এছআইটিৰ

অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰৰ দানৰ ধন আত্মসাতৰ অভিযোগত গঠিত বিশেষ তদন্তকাৰী দলে নিৰ্দোষ ঘোষণা কৰিলে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায় আৰু প্ৰাক্তন সদস্য অনিল মিশ্ৰক। সোমবাৰে…

ভাৰত সীমান্ত আৰু নগৰীয়া অঞ্চলত ড্ৰোন বিৰোধী টহলদাৰী ব্যৱস্থা স্থাপন কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত 

সামৰিক প্ৰতিষ্ঠানৰ উৰ্ধ্বলৈ গৈ সীমান্তৱৰ্তী গাঁও, ভিভিআইপি পথ আৰু চহৰৰ ৰাজপথলৈ কাউণ্টাৰ-ড্ৰোন সুৰক্ষা সম্প্ৰসাৰণেৰে গৃহ মন্ত্ৰালয়ৰ পৰা ১৫৫ কোটি টকাৰ অৰ্ডাৰ লাভ ইন্দ্ৰজাল ৰেঞ্জাৰৰ ইন্দ্ৰজাল ৰেঞ্জাৰে আভ্যন্তৰীণ সুৰক্ষা বাহনৰ এক…

অসমৰ বানপীড়িতসকলৰ বাবে ক্ষিপ্ৰ দাবী নিষ্পত্তিৰ ব্যৱস্থা গঢ়ি তুলিছে এইচডিএফচি লাইফে

এইচডিএফচি লাইফে অসমৰ শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ বাবে এক ক্ষিপ্ৰ দাবী নিষ্পত্তি ব্যৱস্থা প্ৰস্তুত কৰিছে। ইয়াৰ জৰিয়তে পলিচীধাৰীৰ মনোনীত ব্যক্তি আৰু আইনী উত্তৰাধিকাৰীসকলে স্থানীয় চৰকাৰ, আৰক্ষী বা চিকিৎসালয়ে প্ৰদান…

ইয়িংকিয়ঙত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি আৰু ভেণ্ডৰ মাৰ্কেট উদ্বোধন

অৰুণাচল প্ৰদেশৰ ইয়িংকিয়ঙত স্বচ্ছ ভাৰত অভিযানৰ অধীনত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি (MRF) উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ উপদেষ্টা আৰু বিধায়ক আলো লিবাঙে। এই অনুষ্ঠানত উপস্থিত থাকে উচ্চ ছিয়াং জিলাৰ উপায়ুক্ত তালো জেৰাং। এই…

গুৱাহাটী বিশ্ববিদ্যালয়ত সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমৰ দীক্ষাৰম্ভ

জ্ঞানৰ পোহৰেৰে ভৱিষ্যত প্ৰজন্মক আলোকিত কৰাৰ সংকল্পৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয়ত সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম (Integrated Teacher Education Programme)ৰ আজি দীক্ষাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে শিক্ষা বিভাগৰ মুৰব্বী…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি! অভিযুক্ত আব্দুল মুতালেবক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

স্বাধীনতা দিৱসৰ পোনপটীয়া সম্প্ৰচাৰৰ সময়ত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এজন ব্যক্তিক দেওবাৰে আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। মৰিগাঁও জিলাৰ…

পি চিদাম্বৰম কেৱল ‘বৌদ্ধিক নক্সাল’ নহয়, তেওঁ এগৰাকী ‘বিশুদ্ধ নক্সাল’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বৌদ্ধিক নক্সাল’ বিষয়ক মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ। লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ‘বৌদ্ধিক নক্সাল’ বুলি অভিহিত কৰাৰ পিছতে নিজকে এগৰাকী গৌৰৱাম্বিত ‘বৌদ্ধিক…

নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগঃ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াকৈ আলোচনাৰ আহ্বান ৰাহুল গান্ধীৰ

ঝাৰখণ্ডত নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিষয়টোত হস্তক্ষেপৰ আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক পত্ৰযোগে প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়াকৈ সাক্ষাৎ কৰি তেওঁলোকৰ…

হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ অকাল বিয়োগ

হলিউড জগতত শোকৰ ছাঁ পেলাই মাত্ৰ ৩৬ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ। অহা শুকুৰবাৰে ৩৭ বছৰত ভৰি দিয়াৰ কথা আছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু তাৰ পূৰ্বেই তেওঁৰ…

শুই থকা সময়তে অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু

পশ্চিমবংগৰ বীৰভূম জিলাৰ তাৰাপীঠৰ এখন হোটেলত সোমবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হৈ প্ৰায় ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷স্থানীয় লোকৰ পৰা জানিব পৰা মতে, পুৱা…