Month: August 2026

খোৰাঘাটত ONGC ৰ নতুন গেছ কেন্দ্ৰ আৰম্ভ: উত্তৰ-পূৱত শক্তিৰ উপলব্ধতা বৃদ্ধি

মঙলবাৰে অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন লিমিটেড (ONGC) এ অসমৰ গোলাঘাট জিলাৰ খোৰাঘাট GGS-1 ত গেছ নিষ্কাষণৰ সুবিধা আৰম্ভ কৰিছে। ইয়াৰ ফলত উত্তৰ-পূৱৰ প্ৰাকৃতিক গেছৰ উপলব্ধতা বৃদ্ধি আৰু অঞ্চলটোৰ শক্তি…

অবৈধ প্ৰৱেশৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত বাংলাদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত এজন বাংলাদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ দিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা উপায়ুক্তই। ১৯৫০ চনৰ ইমিগ্ৰেণ্টচ্ (এক্সপালচন ফ্ৰম অসম) আইনৰ ২(খ) ধাৰাৰ…

অৰ্জুন বঁটা ২০২৫ ৰ বাবে নিৰ্বাচিত হ’ল মিজোৰামৰ লালৰেমছিয়ামি

১৮ আগষ্ট: ভাৰতীয় হকী তাৰকা লালৰেমছিয়ামি ক্ৰীড়া আৰু খেলত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা ২০২৫ ৰ বাবে নিৰ্বাচিত হোৱা ১৭ জন ক্ৰীড়াবিদৰ ভিতৰত অন্যতম। লালৰেমছিয়ামি ভাৰতৰ আটাইতকৈ সফল মহিলা হকী…

২০২৭ বিত্তীয় বৰ্ষত এছিয়ান এনার্জি ছাৰ্ভিচেছৰ শক্তিশালী আৰম্ভণি, প্ৰথম তিনিমাহৰ লাভ ১২৯% বৃদ্ধি

এছিয়ান এনার্জি ছাৰ্ভিচেছ লিমিটেডে ২০২৭ বিত্তীয় বৰ্ষত এক শক্তিশালী আৰম্ভণিৰ কথা সদৰি কৰিছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত কোম্পানীটোৰ একত্ৰিত মুঠ লাভ যোৱা বছৰৰ তুলনাত ১২৯% বৃদ্ধি হৈ ১২.৮…

এক্সিছ মেক্স লাইফৰ ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ প্ৰিমিয়ামত ১৭% বৃদ্ধি, ভিএনবি ৩৩% উত্থান

এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেড(যি পূৰ্বতে মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড আছিল)-এ ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত একক সমঞ্জস্যমূলক প্ৰথম বৰ্ষৰ প্ৰিমিয়াম (এফৱাইপি) বছৰি ১৭% বৃদ্ধিৰে ১,৮১০ কোটি টকা হোৱাৰ…

উচ্চতম ন্যায়ালয়ত ফাঁচীৰ ব্যৱস্থা বিলুপ্ত কৰাৰ আবেদন খাৰিজ

উচ্চতম ন্যায়ালয়ে মঙলবাৰে মৃত্যুদণ্ডৰ কাৰ্যকৰীকৰণৰ বাবে চলি থকা বৰ্তমানৰ ফাঁচীৰ ব্যৱস্থা বিলুপ্ত কৰাৰ দাবীত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন খাৰিজ কৰে। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ এই ব্যৱস্থাটোক…

চাৰি মাহত ১০টা গোচৰৰ বিচাৰ; ২২ জনক ফাঁচীৰ নিৰ্দেশ দি চৰ্চাত উত্তৰ প্ৰদেশৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ

আইন আৰু ন্যায় ব্যৱস্থাত এক নজিৰবিহীন ক্ষিপ্ৰতা প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ত শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশৰ এখন ফাষ্ট ট্ৰেক আদালতে। মুজাফ্ফৰনগৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰৰ আদালতে…

মই প্ৰথমবাৰ বিধায়ক হোৱাৰ সময়ত শিশু হৈ আছিল অমিত শ্বাহঃ মল্লিকাৰ্জুন খাৰ্গে

মই যেতিয়া প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিলো, সেই সময়ত অমিত শ্বাহ শিশু আছিল। অথচ আজি তেওঁ আমাক দেশভক্তিৰ শিক্ষা দিয়ে। – সোমবাৰে গোৱাত অনুষ্ঠিত এক বিশাল জনসভাত এইদৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰী…

ড্ৰাগছ মাফিয়াই পৰিকল্পতিভাৱে হত্যা কৰিছে আৰক্ষী বিষয়া নৱজিৎ দাসকঃ মুখ্যমন্ত্রীৰ বিস্ফোৰক তথ্য

ৰাজ্যজুৰি ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। ডিমা হাছাও জিলাৰ লাইচং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসক ড্ৰাগছ মাফিয়াই গাড়ীৰে মহতিয়াই পৰিকল্পিতভাৱে…

নালছাৰ সমাৱৰ্তনৰ বিতৰ্কৰ পাছত এইবাৰ টিআইএছএছৰ সমাৰোহৰ পৰাও বাদ পৰিল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত

নালছাৰ সমাৱৰ্তন অনুষ্ঠানলৈ আমন্ত্ৰণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ (TISS) দীক্ষান্ত সমাৰোহৰ পৰাও বাদ পৰিল ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত। প্ৰতিষ্ঠানটোৰ ৮৬ সংখ্যক দীক্ষান্ত…