Month: July 2026

অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান?

অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান? বলিউডৰ ভাই জানৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মুম্বাইত এক ৰাজহুৱা অনুষ্ঠানত উপস্থিত হোৱাৰ পাছত জনপ্ৰিয় অভিনেতাগৰাকীৰ ভিডিঅ’ক এটা সামাজিক মাধ্যমত অনুৰাগীসকলে…

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ গুলীৰ লক্ষ্য হৈ পৰিল এটা গভাইত চোৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীয়ে চলোৱা গুলীচালনাত আজনবী আলী নামৰ এজন…

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ। শনিবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে চৰম বিপৰ্যয় কঢ়িয়াই আনিছে। ধাৰাষাৰ বৰষুণৰ ফলত…

জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে

এক হৃদয় বিদাৰক ঘটনা ৷ জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে ৷ আচৰিত যেন লাগিলেও এয়া সঁচা ঘটনা ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনাটো ৷জানিব…

‘জুঁইফুল’ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত, অসম-নাগালেণ্ড সীমান্তৰ কাহিনীয়ে পালে স্বীকৃতি

জাদুমণি দত্তৰ দ্বাৰা পৰিচালিত ‘জুঁইফুল’ য়ে ৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা লাভ কৰিছে। ‘জুঁইফুল’ হৈছে অসম-নাগালেণ্ড সীমান্তৰ সংঘাতপূৰ্ণ অঞ্চলৰ দুগৰাকী মাতৃৰ কাহিনী। নৰাগাঁৱৰ গাঁওবাসীৰ দৈনন্দিন জীৱন…

পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী

বিগত পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস পাইছে ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰৰ সংখ্যা। শনিবাৰে এই পৰিসংখ্যা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অপৰাধবিৰোধী অভিযান একেই তৎপৰতাৰে অব্যাহত থাকিব…

ডিব্ৰুগড়ত বৃহৎ মাদকবিৰোধী অভিযান; ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪.০৬ লাখ টকা জব্দ, এজন গ্ৰেপ্তাৰ

মাদক সৰবৰাহৰ বিৰুদ্ধে অব্যাহত অভিযানৰ মাজতে এইবাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া অঞ্চলত চলোৱা এক অভিযানত ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪ লাখ ৬ হাজাৰ টকা…

নামছাইত নিশাৰ গুলীচালনা! ৰহস্যজনকভাৱে গুলীবিদ্ধ যুৱতী, তদন্ত আৰম্ভ

দুই পক্ষৰ মাজত সৃষ্টি হোৱা সংঘাতৰ মাজতে ৰহস্যজনকভাৱে গুলীবিদ্ধ হ’ল এগৰাকী যুৱতী। অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ লালপাহাৰ অঞ্চলত শুকুৰবাৰে গভীৰ নিশা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।…

প্ৰতিবাদ দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰিঃ সোণম ৱাংচুকক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা মমতা বেনাৰ্জীৰ

গণতান্ত্ৰিক মতভেদক দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰি। – সোণম ৱাংচুকক অনশনস্থলীৰ পৰা আঁতৰাই নিয়াক লৈ এইদৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। সামাজিক মাধ্যম…

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা । ভাৰতীয় মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন বিপ্লৱৰ সূচনা কৰি সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ প্ৰযুক্তিৰে নিৰ্মিত ‘বিক্ৰম-১’ৰকেটে মহাকাশলৈ উৰা মাৰিলে। হায়দৰাবাদস্থিত ষ্টাৰ্ট-আপ…