পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ গুলীৰ লক্ষ্য হৈ পৰিল এটা গভাইত চোৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীয়ে চলোৱা গুলীচালনাত আজনবী আলী নামৰ এজন কুখ্যাত চোৰটো গুৰুতৰভাৱে আহত হয়। আহত চোৰটোৰ ঘৰ বৰপেটাত বুলি চিনাক্ত কৰা হৈছে। Share this:FacebookX Related Post navigation জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান?