ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা । ভাৰতীয় মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন বিপ্লৱৰ সূচনা কৰি সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ প্ৰযুক্তিৰে নিৰ্মিত ‘বিক্ৰম-১’ৰকেটে মহাকাশলৈ উৰা মাৰিলে। হায়দৰাবাদস্থিত ষ্টাৰ্ট-আপ কোম্পানী ‘স্কাইৰুট এৰ’স্পেচ’ৰ দ্বাৰা নিৰ্মিত এই ছেটেলাইটোৰ উৎক্ষেপণক ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে আটাইতকৈ ডাঙৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। ১২ বাজি ৫ মিনিটত এই ছেটেলাইটোৰ উৎক্ষেপণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *