Month: June 2026

মাডাৰ্ছ ৰেচিপি-এ নিজৰ সুপৰিচিত আচাৰৰ শৃংখলাটোৰ বাবে এক নতুন ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছে

মাডাৰ্ছ ৰেচিপি-এ নিজৰ সুপৰিচিত আচাৰৰ শৃংখলাটোৰ বাবে এক নতুন ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছে আৰু সমগ্ৰ সামগ্ৰীৰ পৰ্টফলিঅ’ৰ বাবে এক নতুন পৰিচয় উন্মোচন কৰিছে, যি এই সামগ্ৰীসমূহ বজাৰলৈ অহাৰ পিছৰে পৰা…

ভিছা সমস্যা, দক্ষিণ আফ্ৰিকাৰ মেক্সিকো যাত্ৰা স্থগিত

বিশ্বকাপৰ প্ৰাক্ মুহূৰ্তত সংকটত দক্ষিণ আফ্ৰিকা ফুটবল দল। ভিছা জটিলতাৰ বাবে বিশ্বকাপলৈ যাবলগীয়া দলটোৰ যাত্ৰা অনিৰ্দিষ্টকাললৈ স্থগিত কৰা হৈছে। দলটোৱে আজি চাৰ্টাৰ্ড ফ্লাইটেৰে মেক্সিকোৰ পাচুকাত প্ৰশিক্ষণ শিবিৰত যোগ দিবলৈ ৰাওনা…

SULPICৰ NHPCলৈ সাতদিনীয়া আল্টিমেটাম, সোৱণশিৰি নিম্ন প্ৰকল্পস্থলীত অনিৰ্দিষ্টকালীন বন্ধৰ ভাবুকি

২,০০০ মেগাৱাটৰ সোৱণশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰতিনিধিত্ব কৰা সোৱণশিৰি নিম্ন প্ৰকল্প ৰূপায়ণ সমিতি (SULPIC)এ NHPCক সাতদিনীয়া আল্টিমেটাম দিছে আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ নহ’লে ৯ জুনৰ পৰা প্ৰকল্পস্থলীত…

বৈভৱে দখল কৰিলে আইপিএল অৰেঞ্জ কেপ খিতাপ

দেওবাৰে সামৰণি পৰা আইপিএলৰ অৰেঞ্জ কেপ খিতাপ দখল কৰিলে ৰাজস্থান ৰয়েলছৰ বিস্ফোৰক অপেনাৰ বৈভৱ সূৰ্যবংশীয়ে। চলিত আইপিএল ছিজনত মুঠ ৭৭৬ ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰাহক হিচাপে তেওঁ আইপিএলৰ অৰেঞ্জ…

শ্বিলঙত উদ্ধাৰ যোৰহাটৰ নিৰুদ্দিষ্ট ৪ ছাত্ৰ-ছাত্ৰী; সুস্থ শৰীৰে ঘূৰাই আনিবলৈ ৰাওনা অসম আৰক্ষীৰ দল

যোৱা শনিবাৰৰ পৰা যোৰহাটৰ পৰা সন্ধানহীন হৈ থকা চাৰিগৰাকীকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক অৱশেষত মেঘালয়ৰ ৰাজধানী শ্বিলঙত সুস্থ শৰীৰে উদ্ধাৰ কৰা হয়। সোমবাৰে মেঘালয় আৰক্ষীৰ সহযোগত চলোৱা এক যুটীয়া অভিযানৰ অন্তত এই…

দৰিদ্ৰ শ্ৰমিকৰ জীয়াৰী কাজলে গঢ়িলে অভিলেখ! এছিয়ান ক্ৰীড়াত ৰূপৰ পদক জয়

পথাৰত শ্ৰমিকৰ কাম কৰি কোনোমতে পৰিয়াল পোহপাল দি আহিছে পিতৃয়ে। কিন্তু সেই পিতৃৰ সুযোগ্য কন্যাই এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলালে ভাৰতৰ মান। হংকঙত অনুষ্ঠিত ২২ সংখ্যক এছিয়ান অনুৰ্ধ-২০ এথলেটিক্স চেম্পিয়নশ্বিপৰ মহিলাৰ…

‘বিকশিত অসম’ৰ বাবে উপ-ৰাষ্ট্ৰপতিৰ দিকদৰ্শন বিচাৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে, ৰাজ্যৰ উন্নয়নৰ কাহিনী অৱগত কৰালে

সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি ‘বিকশিত অসম’ গঢ়াৰ যাত্ৰাত তেওঁৰ নিৰন্তৰ দিকদৰ্শন বিচাৰি ৰাজ্যখনৰ উন্নয়নৰ গতিপথ সম্পৰ্কে অৱগত কৰায়।ভিপি এনক্লেভত অনুষ্ঠিত বৈঠকৰ সবিশেষ X-ত…

আই পি এছ বিষয়া মুকেশ সিঙে মণিপুৰৰ ডি জি পি হিচাপে দায়িত্ব গ্ৰহণ

আই পি এছ বিষয়া মুকেশ সিঙে সোমবাৰে মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান (ডি জি পি) হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-কেন্দ্ৰীয় শাসিত অঞ্চল (এ জি এম ইউ টি) কেডাৰৰ ১৯৯৬ বেচৰ…

প্ৰাণে মৰাৰ চেষ্টা! আদালতৰ দাৰস্থ হোৱাৰ সিদ্ধান্ত তৃণমূল নেতা অভিষেক বেনাৰ্জীৰ

পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নিজৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ সমগ্ৰ ঘটনা লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আনুষ্ঠানিকভাৱে অৱগত কৰিব তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে। দলীয় সূত্ৰৰ উদ্ধৃতি দি সংবাদ…

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবীত দিল্লীত প্ৰতিবাদৰ হুংকাৰ ককৰোচ জনতা পাৰ্টীৰ

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব নৱগঠিত ব্যাংগাত্মক ৰাজনৈতিক দল ককৰোচ জনতা পাৰ্টিয়ে। সোমবাৰে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেয়ে এই প্ৰতিবাদৰ কথা ঘোষণা কৰি…