Month: June 2026

পশ্চিম বংগত নতুন ৩৫ গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ; ৪১ জনলৈ বৃদ্ধি শুভেন্দু অধিকাৰী মন্ত্ৰীসভাৰ শক্তি

এক দীৰ্ঘদিনীয়া ৰাজনৈতিক প্ৰত্যাহ্বানৰ অন্তত অৱশেষত পূৰ্ণাংগ ৰূপ পালে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ নতুন বিজেপি চৰকাৰে। ৰাজ্যখনৰ ৰাজ্যপাল আৰ এন ৰবিয়ে সোমবাৰে লোকভৱনত পুৱা ১১ বজাত আয়োজিত এক ভব্য অনুষ্ঠানত…

পুনৰ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম

পুনৰ জনতাক মাধমাৰ সোধাই বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। আৰু অধিক মহঙা হ’ব হোটেল-ৰেষ্টোৰাৰ খাদ্য।পুনৰ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।১৯ কেজিৰ LPG চিলিণ্ডাৰৰ দাম ৫৪ টকালৈ বৃদ্ধি।দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৪২…

শ শ গ্ৰাহকৰ ভয়ংকৰ কাণ্ড

কো-অপাৰেটিভ ছচাইটিত কষ্টোপাৰ্জিত ধন জমা ৰাখি এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে শ শ গ্ৰাহকে । উপায়ন্তৰ একাংশ গ্ৰাহকে নিজৰ প্ৰাপ্য টকা বিচাৰি কো-অপাৰেটিভ ছচাইটিৰ সভাপতি-সম্পাদকৰ বাসগৃহত দলবদ্ধ আক্ৰমণ কৰি সা-সামগ্ৰী…

আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ

ৰাজ্যজুৰি সোমবাৰে পালন কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷ ৰাজ্যৰ সত্ৰ, নামঘৰসমূহৰ লগতে মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা…

নলবাৰী কাণ্ডৰ ভয়ংকৰ আপডেট

নলবাৰী চহৰত কিতাপ কিনি ঘৰলৈ উভতি আহিছিল ককায়েক আৰু ভনীয়েক ৷ ঘৰৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দুয়োকে ৷নলবাৰীৰ গংগাপুৰ অঞ্চলত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয়…

অসম-নাগালেণ্ড সীমান্তৰ উত্তেজনাক লৈ আছুৰ ক্ষোভ

সৰুপথাৰৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ খেৰবাৰী অঞ্চলত পুনৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷উৰিয়ামঘাটৰ দৈয়াং নৈত অবৈধ শিল খনন ৰোধ কৰিবলৈ সেই স্থান পৰিদৰ্শন কৰিছিল অসমৰ বন বিভাগৰ মুখ্য সচিব…

বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান।দেওবাৰে মুম্বাইৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু।৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।বলীউডৰ বহু জনপ্রিয় গীতৰ কণ্ঠশিল্পী আছিল সুমন কল্যাণপুৰ ।

ৰাষ্ট্ৰীয় কাৰাটেত লংকেশ্বৰ কাৰাটে গীল্ডৰ সাফল্য

গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ ভাৰত কাৰাটে প্ৰতিযোগিভতাত গুৱাহাটীৰ লংকেশ্বৰ কাৰাটে গীল্ডে বিশেষ সাফল্য লাভ কৰে । প্ৰশিক্ষক খগেন কলিতা আৰু ৰাব্বাৰ তত্বাৱধানত অংশগ্ৰহণ কৰা দলটোৰ ভিতৰত কৃশাংগী…

ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনিক লৈ আলোচনা: নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডবীয়ৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ

অসমক দেশৰ ভিতৰতে এক অন্যতম ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নতুন দিল্লীস্থিত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে শ্বিলঙৰ আই আই এমত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তন শিবিৰত ‘মাই ভাৰত এন এছ এছ কাৰ্যসূচী…