ৰাজ্যজুৰি সোমবাৰে পালন কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷ ৰাজ্যৰ সত্ৰ, নামঘৰসমূহৰ লগতে মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ Share this:FacebookX Related Post navigation নলবাৰী কাণ্ডৰ ভয়ংকৰ আপডেট শ শ গ্ৰাহকৰ ভয়ংকৰ কাণ্ড