বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান।দেওবাৰে মুম্বাইৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু।৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।বলীউডৰ বহু জনপ্রিয় গীতৰ কণ্ঠশিল্পী আছিল সুমন কল্যাণপুৰ । Share this:FacebookX Related Post navigation ৰাষ্ট্ৰীয় কাৰাটেত লংকেশ্বৰ কাৰাটে গীল্ডৰ সাফল্য অসম-নাগালেণ্ড সীমান্তৰ উত্তেজনাক লৈ আছুৰ ক্ষোভ