Month: June 2026

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা ; ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে আহ্বান ;ইউচিচি বলৱতৰ সিদ্ধান্তক প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আদৰণি

ইউনিফৰ্ম চিভিল কোড (ইউচিচি ) বা সম নাগৰিক সংহিতা আইন বলৱতৰ জৰিয়তে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শক্তিশালী স্থিতিক ৰাজ্যজুৰি বিভিন্ন পক্ষই আদৰণি জনোৱাৰ সময়তে…

ফ্ৰেন্স অ’পেনৰ ফাইনেলত প্ৰৱেশৰে ইতিহাস ৰচনা মাজা ছৱালিন্সকাৰ

২০২৬ ৰ ফ্ৰেন্স অ’পেনত এক তাৰকাময় প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰে পোলেণ্ডৰ ২৪ বছৰীয়া টেনিছ খেলুৱৈ মাজা ছৱালিন্সকাই। মহিলা একক ছেমি ফাইনেলত ৰাছিয়াৰ ডায়েনা শ্বনাইডাৰক ৭-৬(৪), ৬-৪ ত পৰাস্ত কৰি প্ৰথমবাৰৰ…

পৰিৱেশ দিৱসত শ্বিলঙত ‘এক পেড় মা কে নাম’ অভিযান: বৃক্ষৰোপণত অংশ ল’লে কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাই

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে.পি. নাড্ডাই শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দেশজুৰি পালন কৰা কাৰ্যসূচীৰ অংশ হিচাপে শ্বিলঙত মেঘালয় বিজেপিৰ বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে সংবাদ মাধ্যমৰ সৈতে কথা পাতি…

তেলৰ মূল্যবৃদ্ধি, ইৰাণ সংঘাতৰ মাজত ৰেপ’ ৰেট ৫.২৫% ত অটল ৰাখিলে RBI-এ

বিশ্বজুৰি তেলৰ মূল্য বৃদ্ধি আৰু ইৰাণ সংঘাতৰ ফলত সৃষ্টি হোৱা নতুন ভূ-ৰাজনৈতিক সংকটৰ মাজত ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে মূল নীতি হাৰ ৫.২৫% ত অপৰিৱৰ্তিত ৰাখিলে। এই সিদ্ধান্ত বজাৰৰ আশাৰ সৈতে…

বিটিআৰত ভূমি পট্টা বিতৰণ আৰু গৰু বজাৰ পুনৰুজ্জীৱিতকৰণৰ গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত বিটিচিৰ

বিটিআৰত গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু ভূমিহীন লোকৰ দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধানৰ বাবে দুখনকৈ গুৰুত্বপূৰ্ণ নীতিত অনুমোদন জনাইছে বড়োলেণ্ড প্ৰাদেশিক পৰিষদ চমুকৈ বিটিচিৰ কাৰ্যবাহী পৰিষদে। কোকৰাঝাৰস্থিত পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত…

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ; উচ্চ ন্যায়ালয়ত নহ’ল সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়াত এক নতুন মোৰে লৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে এই আবেদনৰ শুনানি গ্ৰহণৰ দিন…

এইছএছবিচি মিউচুৱেল ফাণ্ডে গ্ৰাহকৰ বাবে মুকলি কৰিলে ৰেডহেক্স হাইব্ৰিড লং-শ্বৰ্ট ফাণ্ড

এইছএছবিচি মিউচুৱেল ফাণ্ডে গ্ৰাহকৰ বাবে মুকলি কৰিলে ৰেডহেক্স হাইব্ৰিড লং-শ্বৰ্ট ফাণ্ড, যি হৈছে এক স্পেচিয়েলাইজড ইনভেষ্টমেণ্ট ফাণ্ড (এছআইএফ) কৌশল, এই বিশেষ বিনিয়োগ পুঁজিৰ লক্ষ্য হৈছে দীৰ্ঘম্যাদী মূলধন বৃদ্ধিৰ লগতে নিয়মীয়া…

অ’কলিয়ে নিজৰ প্লেয়াৰ্ছ কালেকচন অভিযানৰ শেহতীয়া সংস্কৰণ মুকলি কৰিছে

শমা আৰু ছানগ্লাছৰ অগ্ৰণী ব্ৰেণ্ড অ’কলিয়ে নিজৰ প্লেয়াৰ্ছ কালেকচন অভিযানৰ শেহতীয়া সংস্কৰণ মুকলি কৰিছে, য’ত বিশ্ববিখ্যাত ক্ৰীড়া তাৰকা কিলিয়ান এমবাপে আৰু জাইলেন ব্ৰাউনক প্ৰদৰ্শন কৰা হৈছে। এই সংগ্ৰহত দুয়োগৰাকী খেলুৱৈৰ…

প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত ইটালীৰ ফ্লেভিঅ’ ক’ব’লি

ইটালীৰ টেনিছ তাৰকা ফ্লেভিঅ’ ক’ব’লিয়ে ২০২৬ৰ ফ্ৰেন্স অ’পেনত এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াই কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰে। পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেলত কানাডাৰ ফেলিক্স অগাৰ-এলিয়াছিমক ৪-৬, ৬-৪, ৬-৪, ৬-৪…

ফিফা বিশ্বকাপৰ ইতিহাসত গ’ল দিয়া ৫ আটাইতকৈ বয়সীয়াল খেলুৱৈ

১১ জুনৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ। লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই এইবাৰ খিতাপ ৰক্ষা কৰিব বিচাৰিব। বিশ্বকাপত আটাইতকৈ বয়সীয়ালত সৰ্বাধিক গ’ল দিয়া পাঁচজন খেলুৱৈৰ তালিকাত আছে ক্রিষ্টিয়ানো ৰোনাল্ডো। এই তালিকাৰ…