Month: June 2026

ভি-মেটাৰ অংশীদাৰিত্বই সুৰক্ষিত ডিজিটেল প্ৰমাণীকৰণৰ বাবে দিছে বৰ্ধিত চাহিদাৰ সংকেত

ভোডাফোন আইডিয়া (ভি) আৰু মেটা-ই হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা ভি গ্ৰাহকসকলৰ বাবে ছাইলেণ্ট মোবাইল ভেৰিফিকেচন(এছএমভি) সেৱা আৰম্ভ কৰিবলৈ চুক্তিবদ্ধ হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ইউজাৰ প্ৰমাণীকৰণ অধিক দ্ৰুত, সুৰক্ষিত…

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়; ২০১৬ চনৰ নিৰ্বাচনৰ গোচৰত ডি এম কেৰ এম আপ্পাভুক বিজয়ী ঘোষণা

আদালতৰ দীৰ্ঘদিনীয়া বিলম্বৰ বাবে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰি শেহতীয়াভাৱে এক অভূতপূৰ্ব ৰায় প্ৰদান কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। বিগত ১০ বছৰ ধৰি ওলমি থকা এটা নিৰ্বাচনী গোচৰৰ…

বৃক্ষৰোপণত অসমৰ অভিলেখ; বিশ্ব পৰিৱেশ দিৱসত ৮ ঘণ্টাতে ৰোপণ ১.২ কোটিৰো অধিক পুলি

বিশ্ব পৰিৱেশ দিৱসৰ পবিত্ৰ ক্ষণতে এক অভূতপূৰ্ব সেউজ বিপ্লৱৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ ৰাজ্যবাসী। কেৱল আঠ ঘণ্টাৰ ভিতৰতে এক কোটি ২০ লাখতকৈও অধিক গছপুলি ৰোপণ কৰি অসমে আজি গঢ়িলে এক…

কোচিং প্ৰতিষ্ঠানৰ সংঘাত! হত্যাৰ চেষ্টাৰ গোচৰত অভিযুক্ত প্ৰখ্যাত শিক্ষক খান ছাৰ

কোচিং প্ৰতিষ্ঠানসমূহৰ মাজত চলি থকা চৰম ব্যৱসায়িক শত্ৰুতাই এতিয়া বিপাঙত পেলাইছে দেশৰ এগৰাকী অত্যন্ত জনপ্ৰিয় শিক্ষক ফয়জল খান ওৰফে খান ছাৰক। বিহাৰৰ পাটনা চহৰৰ কদমকুৱা থানা অন্তৰ্গত মুছল্লাপুৰ হাট এলেকাত…

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ! হিমন্ত কেবিনেটত শপত গ্ৰহণ ১২ গৰাকী বিধায়কৰ

সম্প্ৰসাৰণ ঘটিল অসম মন্ত্ৰীসভাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত আজি স্থান লাভ কৰে কেইবাগৰাকীও নতুন বিধায়কে। বৰাক-ব্ৰহ্মপুত্ৰৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিক চামিল কৰি সম্প্ৰসাৰণ ঘটোৱা নতুন মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে…

টয়োটা এনিমে উৎসৱে কহিমাত সৃষ্টিশীলতাক অনুপ্ৰাণিত কৰিলে

টয়োটাই শুকুৰবাৰে কহিমাৰ অকুছা টয়োটা শ্ব’ৰুমত টয়োটা এনিমে উৎসৱৰ অধীনত এক বিশেষ এনিমে প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰাৰ লগে লগে এনিমে অনুৰাগীসকল একত্ৰিত হয়। এই অনুষ্ঠানে যুৱ দৰ্শকসকলক মনোৰঞ্জন, সৃষ্টিশীলতা আৰু…

মহানগৰীত জীৱন্তে অগ্নিদগ্ধ চাৰিজন

জালুকবাৰীৰ জয়মতী নগৰত নিশা সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত একেটা পৰিয়ালৰ চাৰিজন সদস্য জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। মৃত লোককেইজন হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বাসিন্দা আব্দুল কুদ্দুছ (৬৫), কাজলী বেগম (৪০),…

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে “Save Nature, Save Life” শীৰ্ষক মুকাভিনয় অনুষ্ঠান

বিশ্ব পৰিৱেশ দিৱস ২০২৬ উপলক্ষে অসম জলবায়ু পৰিৱর্তন ব্যৱস্থাপনা সমিতি (ACCMS), পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন বিভাগ, অসম চৰকাৰৰ উদ্যোগত আয়োজিত “Save Nature, Save Life” শীৰ্ষক সচেতনতামূলক মূকাভিনয় অনুষ্ঠান সফলতাৰে…

শিশুৰ জীৱন সুৰক্ষাৰ লক্ষ্যৰে ১,০০০ বিনামূলীয়া হেলমেট বিতৰণৰ অভিযান আৰম্ভ

পথ সুৰক্ষাৰ ক্ষেত্ৰত এক অভিনৱ আৰু যুগান্তকাৰী পদক্ষেপ হিচাপে লায়ন্স ক্লাব অৱ গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলত লায়নিজমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিনামূলীয়া শিশু হেলমেট বিতৰণ অভিযান আৰম্ভ কৰিছে। “শিশুৰ সুৰক্ষা, ভৱিষ্যতৰ ৰক্ষা” শীৰ্ষক…

১২ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ

সকলো জল্পনা-কল্পনা আৰু প্রতীক্ষাৰ অন্ত পেলাই ১২ গৰাকী বিধায়কৰ অসম মন্ত্রীসভাৰ সদস্য হিচাপে শপতগ্রহণ। আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত ৰাজ্যপাল লক্ষণ প্রসাদ আচার্যই এই ১২জন মন্ত্রীক শপতবাক্য পাঠ…