Month: May 2026

দক্ষিণ কোৰিয়াত উপস্থিত হ’ল উত্তৰ কোৰিয়াৰ মহিলা ফুটবল দল

এখন আঞ্চলিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উত্তৰ কোৰিয়াৰ এটা মহিলা ফুটবল দল দক্ষিণ কোৰিয়াত উপস্থিত হৈছে। দুই দেশৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে বিগত আঠ বছৰৰ ভিতৰত উত্তৰ কোৰিয়াৰ ক্ৰীড়াবিদৰ…

মোহামেডান এছ চিৰ বিৰুদ্ধে সহজ বিজয়েৰে ছিজন সমাপ্ত কৰিলে এন ই ইউ এফ চি (NEUFC) এ

মঙলবাৰে ই ইয়াত অৱস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত মোহামেডান এছ চি (Mohammedan SC)ৰ বিৰুদ্ধে ২-০ গলৰ বিজয়েৰে নৰ্থইষ্ট ইউনাইটেড এফ চি (NEUFC) এ তেওঁলোকৰ চলিত আই এছ এল (ISL) ছিজনৰ…

এই আই পি এলত সম্ভৱতঃ ঈশানৰ শ্ৰেষ্ঠ ইনিংছ: এছ আৰ এইচ (SRH)ৰ প্ৰশিক্ষক ফ্ৰেংকলিন

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পাঁচ উইকেটত লাভ কৰা ৰোমাঞ্চকৰ বিজয়ৰ পাছত ছানৰাইজৰ্ছ হায়দৰাবাদৰ সহকাৰী প্ৰশিক্ষক জেমছ ফ্ৰেংকলিনে ঈশান কিষাণৰ মেচ বিজয়ী ইনিংছটোক মুক্তকণ্ঠে প্ৰশংসা কৰে। এই বিজয়ৰ সৈতে তেওঁলোকৰ দলে…

ইন্ধনৰ মূল্য বৃদ্ধি: পেট্ৰ’ল-ডিজেল ৯০ পইচাকৈ চৰক

মঙলবাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত প্ৰায় ৯০ পইচাকৈ বৃদ্ধি কৰা হৈছে — এসপ্তাহৰ ভিতৰত এয়া দ্বিতীয়টো মূল্যবৃদ্ধি। ইৰাণ সংঘাতৰ বাবে গোলকীয় বজাৰত খাৰুৱা তেলৰ মূল্য হঠাত বৃদ্ধি পোৱাৰ…

নিৰ্বাচনত পৰাজয়ৰ কাৰণ সন্দৰ্ভত অজাপৰ পৰ্যালোচনা; ভুলবোৰ শুধৰাই সংগঠন শক্তিশালী কৰাৰ সংকল্প লূৰীণজ্যোতি গগৈৰ

সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত দলৰ বিপৰ্যয়ৰ কাৰণ সন্দৰ্ভত বুধবাৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় অসম জাতীয় পৰিষদৰ (অজাপ) প্ৰতিনিধিসকল। দলীয় নেতৃত্বৰ এই গুৰুত্বপূৰ্ণ বৈঠকত পৰাজয়ৰ কাৰণসমূহৰ এক পুংখানুপুংখ পৰ্যালোচনা…

বিত্তীয় অনুশাসন ৰক্ষাৰ বাবে চৰকাৰৰ কঠোৰ পদক্ষেপ; চৰকাৰী বাহনৰ ইন্ধন আৰু কনভয় কৰ্তনৰ লগতে বিদেশ ভ্ৰমণত নিষেধাজ্ঞা

পশ্চিম এছিয়াৰ চলিত সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিত্তীয় স্থিতি সুদৃঢ় কৰি ৰাখিবলৈ অসম চৰকাৰে কেইবাটাও কঠোৰ মিতব্যয়ী পদক্ষেপ ঘোষণা কৰিছে। চৰকাৰে চৰকাৰী কাৰ্যত ব্যৱহৃত ইন্ধনৰ খৰচ ২০ শতাংশ কৰ্তন কৰাৰ লগতে…

অসমৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাবাসী অসমীয়া সমাজৰ ; নামঘৰৰ অতিথিশালা নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান

গুৱাহাটীৰ পৰা মাত্ৰ এক বা ডেৰ ঘণ্টা সময়ৰ বাট তথা চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ…

পাকিস্তানৰ বিৰুদ্ধে টেষ্টত ক্লীন ছুইপ বাংলাদেশৰ

বাংলাদেশ ক্ৰিকেট দলৰ সন্মুখত আত্মসমৰ্পণ পাকিস্তানৰ। চিলেটত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত বাংলাদেশে পাকিস্তানক ৭৮ ৰানত পৰাস্ত কৰে। এই জয়েৰে বাংলাদেশে ২-০ত শৃংখলা দখল কৰে।প্ৰথমবাৰৰ বাবে পাকিস্তানে বাংলাদেশত টেষ্ট শৃংখলাত পৰাস্ত হোৱাই…

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিব আছু! ২২ মে’ত ৰাজ্যজুৰি গণ-বিক্ষোভৰ হুংকাৰ

নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (আছু)। অহা ২২ মে’ত মূল্যবৃদ্ধি ৰোধৰ দাবীত ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব।…

জুবিন ক্ষেত্ৰক লৈ কোনো ৰাজনীতি নকৰাৰ আহ্বান; সোণাপুৰত উপস্থিত হৈ প্ৰতিশ্ৰুতি ৰক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰিয়েই বুধবাৰে সোণাপুৰৰ হাতীমুৰাস্থিত ‘জুবিন ক্ষেত্ৰ’ পৰিদৰ্শন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ পৰা পোনে পোনে সোণাপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ বতৰত এই পবিত্ৰ…