Month: April 2026

জেফাৰ্ম ৰাজস্থানৰ সৈতে কৃষি-উদ্ভাৱন নেটৱৰ্ক শক্তিশালী কৰিলে টাফে, কৃষি যান্ত্ৰিকীকৰণ বজাৰত বিকাশৰ সংকেত

বিশ্বৰ অন্যতম বৃহৎ ট্ৰেক্টৰ নিৰ্মাতা, ট্ৰেক্টৰছ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেডে (TAFE) ২ এপ্ৰিল ২০২৬ তাৰিখে ভৱানী মণ্ডীত ইয়াৰ অভিযোজিত গৱেষণা কেন্দ্ৰ, টাফে জেফাৰ্ম ৰাজস্থান উদ্বোধন কৰে, যি বহনক্ষম কৃষি পদ্ধতিৰ…

জালুকবাৰী সমষ্টিত অভিলেখ সংখ্যক ভোটত জয়ী হব ডঃ হিমন্ত বিশ্ব শৰ্মা– বিধায়ক হেমাংগ ঠাকুৰীয়া :খানামুখৰ পৰা বিশাল বাইক ৰেলী

“অসমৰ ভিতৰতে অভিলেখ সংখ্যক ভোট লাভ কৰি বিজয় সাব্যস্ত কৰিব জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিগত সময়চোৱাত অসমত যি উন্নয়নৰ ধাৰা চলি আছে সেয়া বিজেপি চৰকাৰে অব্যাহত ৰাখিব। উন্নয়নৰ…

সাগৰীয় চোৰাং শিকাৰীৰ বিৰুদ্ধে অভিযান; নিকোবৰত ১১ জন আটক, বৃহৎ পৰিমাণৰ তিয়ঁহ জব্দ

নিকোবৰ জিলাৰ আৰক্ষীয়ে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু সেনাৰ সৈতে মিলিতভাৱে এক সাফল্যমণ্ডিত অভিযানৰ জৰিয়তে সাগৰীয় সীমা সুৰক্ষিত কৰাৰ লগতে এক বৃহৎ চোৰাং চিকাৰীৰ চক্ৰ উৎখাত কৰাত সক্ষম হয়। ৪ এপ্ৰিলৰ…

অসমত কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ; ১২৬টা সমষ্টিতে সুচাৰুৰূপে ভোটদান সম্পন্ন কৰিবলৈ সাজু নিৰ্বাচন আয়োগ

অসম বিধানসভাৰ ২০২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ। ৰাজ্যখনৰ আটাইকেইটা অৰ্থাৎ ১২৬টা বিধানসভা সমষ্টিতে কাইলৈ অৰ্থাৎ ৯ এপ্ৰিলত একক পৰ্যায়ত…

আৰক্ষীৰ কাৰ্য্যৰ বিৰুদ্ধে দিল্লীত বিক্ষোভ; অসম ভৱনৰ আগত এনএছইউআইৰ প্ৰদৰ্শন

কংগ্ৰেছ নেতা পৱন খেড়াৰ দিল্লীস্থিত বাসগৃহত অসম আৰক্ষীয়ে চলোৱা অভিযানৰ বিৰুদ্ধে মঙলবাৰে নিশা দিল্লীৰ অসম ভৱনৰ সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ ইউনিয়নৰ (এনএছইউআই) কৰ্মীসকলে। প্ৰতিবাদকাৰীসকলে অসমৰ…

খাৰ্গেক অপমান কৰি হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি মানুহক অপমান কৰিছেঃ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী

ৰাজ্যসভাত বিৰোধী দলৰ নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যক আজি কঠোৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।…

বিস্ফোৰণৰ পৰিণতি; মণিপুৰৰ ভৈয়ামৰ পাঁচ জিলাত ইন্টাৰনেট বন্ধ, পৰিস্থিতি উত্তপ্ত

মণিপুৰৰ বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুই শিশুৰ মৃত্যু আৰু মাতৃ আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত পুনৰ সৃষ্টি হৈছে এক উত্তপ্ত পৰিৱেশৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে আজি ৰাজ্যখনৰ পাঁচখন জিলাত…

নিচাসক্ত অৱস্থাত গাড়ী চলাই গুৰুতৰ বিপদত ডেভিদ ৱাৰ্নাৰ; চিডনীত গ্ৰেপ্তাৰ প্ৰাক্তন অষ্ট্ৰেলিয়ান অপেনাৰগৰাকী

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰ সোমবাৰে নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ অভিযোগত চিডনীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই ক্ৰীড়া বিশ্বত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, চিডনীৰ মাৰৌব্ৰাত যান-বাহন…

অসমত ভ্ৰষ্টাচাৰী চৰকাৰৰ অন্ত পৰাটো নিশ্চিত; জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি খাৰ্গেৰ

অসম বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ মাজতে মঙলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গেৰুৱা দলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায়। গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সভাপতিগৰাকীয়ে ৰাজ্যখনত চলি থকা ভ্ৰষ্টাচাৰৰ…

চতুৰ্থটো ষ্টৰ মুকলিৰে গুৱাহাটীত খুচুৰা পদচিহ্নৰ সম্প্ৰসাৰণ ক্ৰমাৰ, শুভাৰম্ভণি অফাৰে দেখুৱাইছে চাহিদা বৃদ্ধিৰ ইংগিত

টাটা গ্ৰুপৰ অম্নি চেনেল ইলেক্ট্ৰনিকছ খুচুৰা বিক্ৰেতা ক্ৰমাই গুৱাহাটীত চতুৰ্থটো আৰু অসমত পঞ্চমটো ষ্টৰ মুকলি কৰি উত্তৰ-পূবত নিজৰ পদচিহ্ন অধিক শক্তিশালী কৰিছে। জু ৰোডত অৱস্থিত এই নতুন আউটলেটটোৰ আয়তন ৬,২০২…