Month: April 2026

শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজ আছাম ষ্টুডেণ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত ৰঙালী বিহু উদযাপন

বহাগ বিহু মানেই যেন অসমীয়াৰ প্ৰাণ। অসমীয়া নতুন বছৰ বহাগ বা ৰঙালী বিহু বুলিয়েই অসমীয়াৰ গা সাতখন – আঠখন লাগে। আনকি দেশৰ আন আন ৰাজ্য আৰু বিদেশত থকা অসমীয়া লোকসকলেও…

ফিফা বিশ্বকাপত ৰেফাৰীৰ সিদ্ধান্তৰ প্ৰতিবাদত খেলপথাৰ এৰিলে ৰেড কাৰ্ডৰ সন্মুখীন হ’ব খেলুৱৈ

ফিফাই খেলুৱৈক দমন কৰাৰ সিদ্ধান্ত লৈছে। বিশ্বকাপত খেলি থকাৰ সময়ত বিপক্ষ খেলুৱৈৰ সৈতে কথা পতাৰ সময়ত মুখ ঢাকি থাকে তেন্তে খেলুৱৈসকলে ৰেড কাৰ্ডৰ সন্মুখীন হ’ব পাৰে। মঙলবাৰে কানাডাৰ ভেংকুৱাৰত অনুষ্ঠিত…

বিজেপিৰ আত্মবিশ্বাস; অসমত পুনৰ ঐতিহাসিক জয়ৰ ভবিষ্যদ্বাণী দিলীপ শইকীয়াৰ

আৰু মাত্ৰ কেইটামান ঘণ্টা। ইয়াৰ পাছতে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল। ৪ মে’ত ঘোষণা হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে বিভিন্ন সংস্থাই প্ৰকাশ কৰিছে এগজিট পল। এই এগজিট পলত অধিকাংশ…

বাংলাদেশে স্পৰ্শ কৰিলে পাৰমাণৱিক যুগ; ৰূপপুৰত ইন্ধন ভৰোৱাৰ ঐতিহাসিক পদক্ষেপ

বাংলাদেশৰ শক্তি খণ্ডত এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰি বুধবাৰৰ পৰা আৰম্ভ হ’ল ৰূপপুৰ পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটত ইউৰেনিয়াম ইন্ধন ভৰোৱাৰ প্ৰক্ৰিয়া। পাৰমাণৱিক শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদনৰ দিশত আগবঢ়া…

মঠঘৰীয়া কাণ্ডৰ প্ৰতিক্ৰিয়া; আইন উলংঘনৰ বাবে এক্স’ৰ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল

মহানগৰীৰ ভঙাগড়ৰ নৈশ জীৱনৰ অন্যতম কেন্দ্ৰবিন্দু এক্স’ৰো পাবৰ বিৰুদ্ধে অৱশেষত গা লৰিল প্ৰশাসনৰ। মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পূৰ্বে বলি হোৱা যুৱক-যুৱতীকেইজন এই পাবটোৰ পৰা ওলাই অহাৰ দৃশ্য ভাইৰেল হোৱাৰ পাছতে…

পৰিয়ালৰ সৈতে ফুৰিবলৈ আহি মেঘালয়ৰ জলপ্ৰপাতত সন্ধানহীন কিশোৰী

মেঘালয়ৰ চোহৰাৰ ৱেই ছডং জলপ্ৰপাতত বুধবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। উত্তৰ প্ৰদেশৰ ফ্ৰজাবাদ জিলাৰ পৰা পৰিয়ালৰ সৈতে ফুৰিবলৈ অহা ১৫ বছৰীয়া এগৰাকী কিশোৰী জলপ্ৰপাতটোৰ গভীৰ জলভাগত পৰি সন্ধানহীন…

অন্ত পৰিল ভোটযুদ্ধৰ! পশ্চিমবংগত সন্ধিয়া ৫ বজালৈ ৯০ শতাংশ ভোটাধিকাৰ সাব্যস্ত

গণতন্ত্ৰৰ উৎসৱে বুধবাৰে বিয়পাই দিছে এক অভূতপূৰ্ব উছাহ। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বিয়লি ৫ বজালৈকে ৰাজ্যখনত প্ৰায় ৯০ শতাংশ ভোটদান সাব্যস্ত…

আধুনিক ভাৰতৰ নতুন প্ৰতীক ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে; উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

উত্তৰ প্ৰদেশৰ যাতায়াত আৰু আন্তঃগাঁথনিৰ ইতিহাসত বুধবাৰে সংযোজিত হ’ল এক সোণালী অধ্যায়। ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাক আমূল পৰিৱৰ্তন কৰিব পৰা ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে দেশবাসীৰ বাবে মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

মেদান্তাই দীৰ্ঘম্যাদী বৃক্ক প্ৰতিস্থাপনৰ যত্নৰ প্ৰয়োজনীয়তা, উত্তৰ-পূবত সজাগতাৰ ওপৰত আলোকপাত কৰে

ক্ক সংৰোপণ কৰা ৰোগীসকলৰ বাবে আজীৱন চিকিত্সা-যত্ন, অনুশাসন আৰু নিয়মীয়া চিকিৎসা নিৰীক্ষণৰ প্ৰয়োজন বুলি মেদান্তাৰ চিকিৎসকসকলে সমগ্ৰ উত্তৰ-পূবত বৃক্ক সংৰোপণৰ সজাগতা আৰু অস্ত্ৰোপচাৰৰ পিছৰ যত্নৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে।…

সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন মহাবীৰ একুৱা জব্দ; জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতৰ কঠোৰ নিৰ্দেশ

আইনী মেৰপাকত এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্য। প্ৰাণৰ শিল্পীৰ মৃত্যুৰ তদন্ত চলাই থকা বিশেষ ফাষ্ট ট্ৰেক আদালতে অভিযুক্তৰ মালিকানাধীন ‘মহাবীৰ একুৱা’ নামৰ প্ৰতিষ্ঠানটো…