Month: April 2026

মির্জাপুৰত ভয়ংকৰ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।একেলগে দুর্ঘটনাগ্রস্ত কেইবাখনো বাহন।জীৱন্তে অগ্নিদগ্ধ হৈ বাহনত থকা ১১জনৰ লোকৰ মৃত্যু।দুর্ঘটনাৰ পাছতে ভস্মীভূত হয় কেইবাখনো বাহন ।

ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ

ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ। ভিডিঅ’ প্ৰকাশ কৰিলে ইৰানে। কেনেকৈ ইৰানে চলাইছিল অভিযান? মুখত ক’লা কাপোৰ মাৰি জাহাজত প্ৰৱেশ কৰিছিল ইৰানী সেনা। MSC ফ্রান্সকো আৰু এপামিনন্দেছ নামৰ…

২৮ এপ্ৰিলত প্ৰকাশ পাব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল; ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। অহা ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী…

অসমৰ বজাৰত আকৌ বৃদ্ধি পালে কণীৰ মূল্য; প্ৰতিখন ক্ৰেটত ৩০ টকালৈকে মূল্য বৃদ্ধি

নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে ৰাজ্যৰ বজাৰত পুনৰ কণীৰ দৰ বৃদ্ধি পোৱা ঘটনাই জুৰুলা কৰিছে সাধাৰণ গ্ৰাহকক। গুৱাহাটীৰ জু-ৰোডৰ এগৰাকী ব্যৱসায়ীয়ে জনোৱা মতে, পূৰ্বে ১৭০ টকাত বিক্ৰী হোৱা প্ৰতিখন কণীৰ…

অসমৰ সংবাদজগতৰ সুপৰিচিত নাম নিত্য বৰাৰ দেহাৱসান

অসমৰ বৌদ্ধিক জগতত এক বিশাল শূন্যতাৰ সৃষ্টি কৰি ইহসংসাৰৰ পৰা চিৰবিদায় ল’লে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নিত্য বৰাই। যোৱা প্ৰায় ছমাহ ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা ৮৩ বছৰীয়া…

মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জনৰ কৰুণ মৃত্যু

ৰাজপথত ট্ৰাক আৰু কেইবাখনো বাহনৰ মাজৰ ভয়ংকৰ সংঘৰ্ষই নমাই আনিলে মৃত্যুৰ বিভীষিকা। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত বুধবাৰে নিশা সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ ১১ গৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে…

জুবিন গাৰ্গ হত্যাৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে বিস্ফোৰক তথ্য; আদালতত শ্যামকানু মহন্তৰ মিথ্যাচাৰ প্ৰমাণ চৰকাৰী অধিবক্তাৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰক কেন্দ্ৰ কৰি ফাষ্টট্ৰেক আদালতত চলি থকা শুনানিৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। বুধবাৰে গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ…

নিউ বঙাইগাঁও ৰেল ষ্টেচনত আৰক্ষীৰ বৃহৎ অভিযান; কোটি টকাৰ সোণসহ এজন সৰবৰাহকাৰী আটক

ৰেলযোগে চলি থকা অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক তীব্ৰ অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৰে’ল আৰক্ষীয়ে। নিউ বঙাইগাঁও ৰেল ষ্টেচনত মঙলবাৰে চলোৱা এক বিশেষ তালাচীত আৰক্ষীৰ…

সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু চাৰি বছৰীয়া কণমানিৰ

ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এটি চাৰি বছৰীয়া দেৱশিশুৱে। চৰাইদেউ জিলাৰ সোণাৰিত মঙলবাৰে নিশা সংঘটিত এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ শোক আৰু আতংকৰ সৃষ্টি কৰিছে। সোণাৰি…

বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছিৰিজ বচাবলৈ সাজু ভাৰতীয় মহিলা দল, মান্ধনা-দীপ্তিৰ ওপৰত নিৰ্ভৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বুধবাৰে হ’বলগীয়া তৃতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতীয় মহিলা দলে বিজয়ৰ পথলৈ ঘূৰি আহিবলৈ সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু হৈছে। এই ক্ষেত্ৰত দলৰ উপ-অধিনায়ক স্মৃতি মান্ধনা আৰু জ্যেষ্ঠ অলৰাউণ্ডাৰ…