জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মা বৃদ্ধি। সোমবাৰে আটাইকেইজন অভিযুক্তক ভাৰ্চুৱেলী হাজিৰ কৰোৱা হৈছিল আদালতত। আদালতে আটাইকেইজনক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পুনৰ ন্যায়িক জিম্মা বৃদ্ধি কৰাসকলৰ ভিতৰত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সান্দীপন গাৰ্গ, ২ পি এছ অ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। ষট পূজাৰ বন্ধৰ বাবে এদিন আগতে আটাইকেইজনক আদালতত হাজিৰ কৰোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *