তাজমহলৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰুৱাৰ লগতে সামূহিকভাৱে ৰাষ্ট্ৰগান পৰিৱেশন কৰা হয়। ইয়াৰ লগতে দিয়া হয় ভাৰত মাতাৰ শ্ল’গান। এই সমগ্ৰ কাৰ্যসূচীৰ এক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।এই সমগ্ৰ কাৰ্যসূচীৰ এক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এনে বিতৰ্কৰ পিছতে প্ৰশাসনে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। Share this:FacebookX Related Post navigation অৰুণাচলত ভয়ংকৰ ঘটনা আমেৰিকাত ভয়ংকৰ দুৰ্যোগ