৫ দিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। মেৰামতিৰ বাবে সাময়িকভাৱে বন্ধ থাকিব শৰাইঘাট দলং। ৰে’ল বিভাগে দলংখন বন্ধ ৰখাৰ বাবে জিলা প্রশাসনৰ পৰা বিচাৰিছে অনুমতি ।এই সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যাতায়াত কৰিব পাৰিব ৰাইজে Share this:FacebookX Related Post navigation খালী ভৰিৰে খোজ কাঢ়িলে কি কি লাভ হয় জানেনে টাটা এআইএৰ অসমত ৫০গৰাকী মিলিয়ন ডলাৰ ৰাউণ্ড টেবুল অৰ্হতাসম্পন্ন এডভাইজৰৰ কৰিলে পঞ্জীয়ন