নতুন পৰিকল্পনা অনুসৰি, চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীলৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব লাগিব। বাকী ৫০ শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ৰ পৰা কাম কৰিব।দিল্লীত শীতকালত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে কেইবাটাও নতুন ব্যৱস্থা।এই ব্যৱস্থাৰ ফলত শীতকালীন মাহকেইটাত একে সময়তে কাৰ্যালয়লৈ অহা-যোৱা কৰা লোকৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰা হৈছে। দিল্লীত শীতকালত বায়ুৰ গুণগত মান যথেষ্ট অৱনতি ঘটাৰ সময়ত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। Share this:FacebookX Related Post navigation পূজাৰ পূৰ্বে সুৰাৰ বিপণীক লৈ ডাঙৰ খবৰ পূজাৰ পূৰ্বে সুৰাৰ বিপণীক লৈ ডাঙৰ খবৰ