Category: Sports

ফিফা বিশ্বকাপত সৰ্বাধিক গ’লদাতাৰ শীৰ্ষত মিৰ’শ্লাভ ক্ল’জ, দ্বিতীয়ত ৰোনাল্ডো, তৃতীয়ত জাষ্টন ফণ্টেইন

১১ জুনৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ। কিংবদন্তি খেলুৱৈ লিয়নেল মেছি আৰু ক্রিষ্টিয়ানো ৰোনাল্ডোৰ বাবে এইখন অন্তিমখন বিশ্বকাপ হ’ব বুলি আশা কৰা হৈছে৷ মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই নিজৰ খিতাপ ৰক্ষা কৰিব…

ভিছা সমস্যা, দক্ষিণ আফ্ৰিকাৰ মেক্সিকো যাত্ৰা স্থগিত

বিশ্বকাপৰ প্ৰাক্ মুহূৰ্তত সংকটত দক্ষিণ আফ্ৰিকা ফুটবল দল। ভিছা জটিলতাৰ বাবে বিশ্বকাপলৈ যাবলগীয়া দলটোৰ যাত্ৰা অনিৰ্দিষ্টকাললৈ স্থগিত কৰা হৈছে। দলটোৱে আজি চাৰ্টাৰ্ড ফ্লাইটেৰে মেক্সিকোৰ পাচুকাত প্ৰশিক্ষণ শিবিৰত যোগ দিবলৈ ৰাওনা…

বৈভৱে দখল কৰিলে আইপিএল অৰেঞ্জ কেপ খিতাপ

দেওবাৰে সামৰণি পৰা আইপিএলৰ অৰেঞ্জ কেপ খিতাপ দখল কৰিলে ৰাজস্থান ৰয়েলছৰ বিস্ফোৰক অপেনাৰ বৈভৱ সূৰ্যবংশীয়ে। চলিত আইপিএল ছিজনত মুঠ ৭৭৬ ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰাহক হিচাপে তেওঁ আইপিএলৰ অৰেঞ্জ…

বিজয় শোভাযাত্ৰা নুলিয়াই আৰ চি বিয়ে

বিগত বৰ্ষত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খিতাপ উদযাপনৰ বাবে বিজয়…

ৰাষ্ট্ৰীয় পেৰা এথলীট চিৰাগ ত্যাগীৰ ৰহস্যজনক মৃত্যু; এজনক আটক

ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদীয়মান পেৰা এথলীট চিৰাগ ত্যাগীৰ সন্ধানহীন হোৱাৰ পিছতে অৱশেষত ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল তেওঁৰ মৃতদেহ। দিল্লীৰ হোষ্টেলৰ পৰা মোৰাদনগৰৰ নিজ গাঁৱলৈ বুলি ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা…

ফ্ৰেন্স অপেনত ১৭ বছৰীয়া কুৱামেৰ ৰোমাঞ্চকৰ বিজয়; নাডালৰ ২০০৩ৰ অভিলেখ স্পৰ্শ

ফ্ৰান্সৰ নতুন টেনিছ তাৰকা মইছে কুৱামে (Moise Kouame) তেওঁৰ নিজৰ দেশত অনুষ্ঠিত ফ্ৰেন্স অপেন গ্ৰেণ্ড শ্লেমত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখিছে। এক ৰোমাঞ্চকৰ পাঁচ ছেটৰ খেলত জয়লাভ কৰি তেওঁ প্ৰতিযোগিতাখনৰ তৃতীয়…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগPMOA-ত স্মাৰ্ট ছানগ্লাছ নিষিদ্ধ কৰিলে BCCI-য়ে

চলি থকা আই পি এল (IPL) প্ৰতিযোগিতাত খেলুৱৈ আৰু মেচ অফিচিয়েলসকলৰ বাবে বি চি চি আই (BCCI)-ৰ দুৰ্নীতি প্ৰতিৰোধী শাখাই (ACSU) স্মাৰ্ট ছানগ্লাছ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। মোবাইল ডাটা…

মেছিৰ নেতৃত্বত বিশ্বকাপক লৈ ২৬ জনীয়া দল ঘোষণা আৰ্জেণ্টিনাৰ

আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ২৬ জনীয়া দল ঘোষণা কৰিছে। লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই নিজৰ খিতাপ ৰক্ষাৰ লক্ষ্য ৰাখিব। ব্ৰাজিলে শেষবাৰৰ বাবে ১৯৬২ চনত ফিফা বিশ্বকাপৰ খিতাপ…

এনফিল্ডত অশ্ৰুসিক্ত বিদায়: ব্ৰেন্টফৰ্ডৰ বিৰুদ্ধে অন্তিম মেচ খেলি লিভাৰপুল এৰিলে ম’হামেদ ছালাহে

প্ৰিমিয়াৰ লীগ ছিজনৰ অন্তিম দিনা ব্ৰেন্টফৰ্ড এফ চিৰ বিৰুদ্ধে ১-১ গলত ড্ৰ হোৱা খেলখনত ক্লাবটোৰ হৈ নিজৰ অন্তিমখন মেচ খেলাৰ পিছত এক আৱেগিক বিদায়েৰে ম’হামেদ ছালাহে তেওঁৰ লিভাৰপুল কেৰিয়াৰৰ যৱনিকাপাত…

পেপ গাৰ্ডিঅ’লাৰ আৱেগিক বিদায়

পেপ গাৰ্ডিঅ’লাই মানচেষ্টাৰ চিটি আৰু ইয়াৰ সমৰ্থকসকলক বিদায় জনোৱাৰ সময়ত চকুপানী ধৰি ৰাখিব নোৱাৰিলে। ইয়াৰ সৈতে এক অভূতপূৰ্ব সফলতাৰ যুগৰ অন্ত পৰিল। চিটিৰ মেনেজাৰ হিচাপে গাৰ্ডিঅ’লাৰ অন্তিমখন খেল দেওবাৰে ইতিহাদ…