Sports ফিফা বিশ্বকাপ ২০২৬-ত আটাইতকেই বেছি গ’লৰ অভিলেখ June 26, 2026 Sonakshi Sarkar শুকুৰবাৰে ফিফা বিশ্বকাপ ২০২৬-ৰ নামত দুটা ঐতিহাসিক অভিলেখ লিপিবদ্ধ হৈছে। বিশ্বকাপৰ কোনো এটা সংস্কৰণত আটাইতকেই বেছি গ’ল হোৱাৰ অভিলেখ এইবাৰ ফিফা বিশ্বকাপ ২০২৬-ত গঢ়া হৈছে। এই ঐতিহাসিক অভিলেখটো গ্ৰুপ ‘ডি’ত…
Sports স্কটলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ নকআউটত ব্ৰাজিল June 25, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬ৰ অন্তিমখন গ্ৰুপ চি মেচত ব্ৰাজিলে স্কটলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰে।ফ্ল’ৰিডাৰ মিয়ামি ষ্টেডিয়ামত দুটা গ’ল দি ব্ৰাজিলৰ তাৰকা ভিনিচিয়াছ জুনিয়ৰে চাঞ্চল্যৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও মেথিউছ কুনহাইও এটা…
Sports বিশ্বকাপৰ নকআউটত সহ-আয়োজক মেক্সিকো June 25, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬ৰ ৩২ ৰাউণ্ডত স্থান নিশ্চিত কৰিছে সহ-আয়োজক মেক্সিকোৱে৷ গ্ৰুপ এ-ৰ মেচখনত মেক্সিকোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই চেক গণৰাজ্যক ৩-০ গ’লত পৰাস্ত কৰে। মেক্সিকোৱে গ্ৰুপ এ-ৰ শীৰ্ষস্থান দখল কৰি নকআউট…
Sports গ’লবিহীন ড্ৰ’ত সমাপ্ত ইংলেণ্ড-ঘানাৰ মেচ June 24, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ এল-ত ইংলেণ্ড আৰু ঘানাৰ মাজত হোৱা খেলখন গ’লবিহীন ড্ৰ’ত সমাপ্ত হয়। ঘানাৰ ডিফেন্সে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ইংলেণ্ডক গ’ল দিয়াৰ সুযোগৰ পৰা বঞ্চিত কৰে। ১৩ মিনিটত ডেক্লান…
Sports লিয়নেল মেছিৰ অভিলেখ ভংগ কৰিলে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে June 24, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপত মঙলবাৰৰ নিশাটো পৰ্তুগীজ ফুটবল কিংবদন্তি ক্রিষ্টিয়ানো ৰোনাল্ডোৰ বাবে এক স্মৰণীয় নিশা আছিল।প্ৰথমখন মেচত ফ্লপৰ পিছত ৰোনাল্ডোৱে একেবাৰে পিছৰ মেচখনত প্ৰমাণ কৰিলে যে তেওঁ এনেই গ’ট অৰ্থাৎ গট দা…
Sports ছৌদি আৰৱক ৪-০ গ’লত পৰাস্ত কৰি শীৰ্ষত স্পেইন June 22, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপৰ গ্ৰুপ এইচ মেচত চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই ছৌদি আৰৱক ৪-০ গ’লত পৰাস্ত কৰি স্পেইনে।য়ামালে এটা গ’ল দি কেইবাটাও ভাল সুযোগ সৃষ্টি কৰাৰ বিপৰীতে অয়াৰজাবালে দুটা গ’ল সংযোজন কৰে। প্ৰথমখন…
Sports দ্বিতীয়বাৰলৈ ফিফা বিশ্বকাপত ড্ৰ’ মেচ খেলিলে ইৰানে June 22, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬ত বেলজিয়াম আৰু ইৰানৰ মাজত গ্ৰুপ জি-ৰ খেলখন গ’লবিহীনভাৱে ড্ৰ’ত সমাপ্ত হয়। লছ এঞ্জেলছ ষ্টেডিয়ামত দুয়োটা দলে জয়ী হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও উৎকৃষ্ট গ’লৰক্ষক আৰু শক্তিশালী ডিফেন্সৰ…
Assam International News Sports চেক গণৰাজ্যত অনুষ্ঠিত গ্ৰাঁ প্ৰি বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় অসম কন্যা লাভলীনাৰ June 21, 2026 Tarali আন্তঃৰাষ্ট্ৰীয় বক্সিংত পুনৰ সাফল্য অৰ্জন কৰিলে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। চেক গণৰাজ্যত অনুষ্ঠিত গ্ৰাঁ প্ৰি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি অলিম্পিক পদকজয়ী বক্সাৰগৰাকীয়ে নিজৰ বৰ্ণাঢ্য ক্ৰীড়া জীৱনত সংযোজন…
Sports কাটাৰক ৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কানাডাৰ June 19, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপত কানাডাই একপক্ষীয় খেলত কাটাৰক ৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ভেংকুৱাৰৰ বি চি প্লেচ ষ্টেডিয়ামত কানাডাৰ দলটোৰ প্ৰদৰ্শন আকৰ্ষণীয় আছিল যদিও চূড়ান্ত হুইচেলৰ লগে লগে খেলপথাৰত দুয়োটা দলৰ মাজত…
Sports হেৰী কেনৰ দুটা গ’লৰ সহায়ত ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ বৃহৎ জয় June 18, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপৰ গ্ৰুপ এল-ৰ প্ৰথমখন খেলত ইংলেণ্ডে ক্ৰ’ৱেচিয়াক ৪-২ গ’লত পৰাস্ত কৰে। ২০১৮ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলৰ পুনৰাবৃত্তি আছিল আৰু এইবাৰ ইংলেণ্ড জয়ী হৈছে। ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে দুটা গ’ল…