Sports ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নৰৱে July 6, 2026 Sonakshi Sarkar ২০২৬ চনৰ ফিফা বিশ্বকাপত সোমবাৰে পুৱতি নিশা এক ডাঙৰ বিপৰ্যয় সৃষ্টি কৰি নৰৱেই শক্তিশালী ব্ৰাজিলক ২-১ গ’লত পৰাস্ত কৰে। এই ঐতিহাসিক জয়ৰ সৈতে নৰৱেই পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ…
Sports বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়া July 4, 2026 Sonakshi Sarkar এক তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ খেলত ঘানাক ১-০ ব্যৱধানত পৰাস্ত কৰি কলম্বিয়াই বিশ্বকাপৰ ৰাউণ্ড অব ১৬ ত নিজৰ স্থান সুৰক্ষিত কৰিছে। খেলখনৰ একমাত্ৰ গুৰুত্বপূৰ্ণ গ’লটো দিয়ে মিডফিল্ডাৰ জন আৰিয়াছে । এই বিজয়ৰ…
Sports হেৰী কেইনৰ চমকপ্ৰদ প্ৰদৰ্শনৰে বিশ্বকাপৰ নকআউটত ইংলেণ্ড July 2, 2026 Sonakshi Sarkar অধিনায়ক হেৰী কেইনৰ শেষ মুহূৰ্তৰ দুটাকৈ গুৰুত্বপূৰ্ণ গ’লৰ সহায়ত ইংলেণ্ডে এক ডাঙৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰি ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ দ্য কংগোক ২-১ ব্যৱধানত পৰাস্ত কৰে। এই জয়েৰে ইংলেণ্ডে বিশ্বকাপৰ ‘ৰাউণ্ড…
Sports ২৪ বছৰৰ পিছত ফিফা বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত আমেৰিকা July 2, 2026 Sonakshi Sarkar ছেন ফ্ৰাঞ্চিস্কোৰ বে এৰিয়াত অনুষ্ঠিত হোৱা এখন উত্তেজনাপূৰ্ণ ফুটবল খেলত বছনীয়া আৰু হাৰ্জেগ’ভিয়ানাক ২-০ ব্যৱধানত পৰাস্ত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বকাপৰ পৰৱৰ্তী নকআউট পৰ্যায়ত স্থান সুৰক্ষিত কৰিছে। এই ঐতিহাসিক জয়েৰে আমেৰিকাই…
Sports ফিফা বিশ্বকাপত মৰক্কোৰ ঐতিহাসিক জয় June 30, 2026 Sonakshi Sarkar ভাৰতীয় সময় অনুসৰি মঙলবাৰে পুৱা এক ৰোমাঞ্চকৰ ফুটবল মেচত মৰক্কোৱে নেদাৰলেণ্ডছক পেনাল্টী শ্বুটআউটত পৰাস্ত কৰি বিশ্বকাপৰ অন্তিম ১৬ ৰ পৰ্যায়লৈ অগ্ৰসৰ হৈছে। নিৰ্ধাৰিত আৰু অতিৰিক্ত সময়ৰ খেল ১-১ গ’লত ড্ৰ’…
Sports বিশ্বকাপৰ পৰা বাহিৰ চাৰিবাৰৰ চেম্পিয়ন জাৰ্মানী June 30, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬-ত এক ডাঙৰ অঘটন দেখিবলৈ পোৱা গৈছে। চাৰিবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক নকআউট কৰিলে ৪১ নম্বৰ ৰেংকিঙত থকা পাৰাগুৱে। নিৰ্ধাৰিত আৰু অতিৰিক্ত সময়ত খেলখন ১-১ গ’লত ড্ৰ’ হোৱাৰ পিছত,…
Assam Sports অসমৰ ক্ৰিকেট শক্তিশালী কৰাৰ আলোচনা: মুখ্যমন্ত্ৰীক সাক্ষাৎ গাভাস্কাৰৰ, গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰস্তাৱ June 27, 2026 Tarali শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোক সেৱা ভৱনত থকা তেওঁৰ কাৰ্যালয়ত ক্ৰিকেটৰ কিংবদন্তি সুনীল গাভাস্কাৰক আদৰণি জনায় আৰু অসমৰ ক্ৰিকেট পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে। বিশ্বৰ…
Sports ফিফা বিশ্বকাপৰ নকআউটত স্পেইন June 27, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ ‘এইচ’ৰ মেচত স্পেইনে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি উৰুগুৱেক ১-০ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে স্পেইনে ৰাউণ্ড অফ ৩২-ত নিজৰ স্থান নিশ্চিত কৰিছে।স্পেইনৰ বিৰুদ্ধে খেলা এই…
Sports বিশ্বকাপৰ নকআউটত প্ৰৱেশ কৰা আটাইতকৈ সৰু দেশ কেপ ভাৰ্ডে June 27, 2026 Sonakshi Sarkar কেপ ভাৰ্ডে নিজৰ সুন্দৰ প্ৰদৰ্শনৰ যাত্ৰা অব্যাহত ৰাখি শুকুৰবাৰে ইয়াত চৌদি আৰৱৰ বিৰুদ্ধে গ’লহীন ড্ৰ’ খেলিলে। ইয়াৰ সৈতে তেওঁলোকে বিশ্বকাপ ফুটবলৰ নকআউট ৰাউণ্ডত প্ৰৱেশ কৰা আটাইতকৈ সৰু দেশ হিচাপে পৰিগণিত…
Sports ফিফা বিশ্বকাপত ৩২ দলৰ নকআউট নিশ্চিত June 26, 2026 Sonakshi Sarkar ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ পৰ্যায়ৰ খেলসমূহ প্ৰায় শেষ হোৱাৰ দিশে গতি কৰিছে আৰু ‘ৰাউণ্ড অৱ ৩২’-ৰ দলসমূহ লাহে লাহে স্পষ্ট হৈ পৰিছে। ২৭ জুনত গ্ৰুপ পৰ্যায়ৰ খেলসমূহ সমাপ্ত হ’ব। ইতিমধ্যে…