Category: Sports

ইউ এছ অ’পেনৰ চেম্পিয়ন আলেকজেণ্ডাৰ জেভেৰেভ

ভাৰতীয় সময় অনুসৰি সোমবাৰে অনুষ্ঠিত ইউ এছ অ’পেনৰ পুৰুষৰ একক শাখাৰ ফাইনেলত জাৰ্মানীৰ তাৰকা টেনিছ খেলুৱৈ আলেকজেণ্ডাৰ জেভেৰেভে আমেৰিকাৰ বেন শ্বেৰ্টানক পৰাস্ত কৰি নিজৰ প্ৰথমটো ইউ এছ অ’পেন খিতাপ দখল…

কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ সূচী ঘোষণা অসম ক্ৰিকেট সন্থাৰ

গুৱাহাটী, ৯ ছেপ্টেম্বৰ: অসম ক্ৰিকেট সন্থাই (এচিএ) বুধবাৰে ২০২৬ বৰ্ষৰ কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ সূচী ঘোষণা কৰে। টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ১২ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰ,…

এছিয়ান গেমছত অংশগ্ৰহণৰ বাবে জাপানলৈ ৰাওনা ভাৰতীয় মহিলা হকী দল

বিশ্বকাপত ঐতিহাসিক পঞ্চম স্থান দখল কৰাৰ ফলত ভাৰতীয় মহিলা হকী দলটোৱে সোণৰ পদক লাভ কৰাৰ লগতে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাৰ লক্ষ্যৰে এছিয়ান গেমছত অংশগ্ৰহণৰ বাবে…

আই এছ এল আৰম্ভ হোৱাৰ পূৰ্বে এন ই ইউ এফ চিৰ গৰাকী জন আব্ৰাহামে কয়, লীগে নতুন ক্লাব-চালিত যুগত প্ৰৱেশ কৰিছে

নতুন ফুটবল ছিজনৰ কাউণ্টডাউন আৰম্ভ হৈছে, ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ১০ অক্টোবৰত আৰম্ভ হ’ব বুলি নিশ্চিত হৈছে। এই উৎসাহৰ মাজতে নৰ্থইষ্ট ইউনাইটেড এফ চিৰ গৰাকী জন আব্ৰাহামে দেশৰ…

কোৱাৰ্টাৰৰ পৰা ফাইনেললৈ: ডিভিজা পালৰ নিখুঁত ৩-০ যাত্ৰাৰে WTT যুৱ কন্টেণ্ডাৰ খিতাপ দখল

অসমৰ যুৱ টেবুল টেনিছ তাৰকা ডিভিজা পালে ফিলিপাইনছৰ পুৱেৰ্টো প্ৰিন্সেছাত অনুষ্ঠিত WTT যুৱ কন্টেণ্ডাৰত অনূৰ্ধ্ব-১৩ ছোৱালীৰ ছিংগলছ খিতাপ জয় কৰি ৰাজ্য আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত…

চতুৰ্থ বাৰ্ষিক ডাইমণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ সামৰণি

মহানগৰীৰ পশ্চিম প্ৰান্তৰ নৰ্থ ইষ্ট এলাইট চ’কাৰ স্কুল আৰু শ্যামভূমি হাইস্কুলৰ উদ্যোগত ১ ছেপ্টেম্বৰৰ পৰা শ্যামভূমি হাইস্কুল খেলপথাৰত আয়োজিত চতুৰ্থ বাৰ্ষিক ডাইমণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। যোৱা ১…

আজাৰাত অভিৰুচি ক্ৰীড়া দিৱস পালন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা আঞ্চলিক ক্রীড়া সন্থাৰ উদ্যোগত অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজাৰা সভাঘৰ প্ৰাংগণত আজি ৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰে…

বৈভৱ সূৰ্যবংশীক লৈ বিচিচিআইৰ নতুন পৰিকল্পনা

ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ডৰ শেহতীয়া উচ্চস্তৰীয় সমীক্ষা বৈঠকৰ অন্তত ব’ৰ্ডৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই উদীয়মান তাৰকা ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীক লৈ বিচিচিআইৰ ভৱিষ্যত পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে। অভিলেখ সৃষ্টিকাৰী ক্ৰিকেটাৰ বৈভৱ…

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন

কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ ) ৰ গুৱাহাটী ক্ষেত্ৰৰ উপ মহা পৰিদৰ্শকৰ নিৰ্দেশনা অনুসৰি গুৱাহাটীৰ পশ্চিম…

ক’পা আমেৰিকাৰ পৰা ফিফা বিশ্বকাপলৈ এক সোণালী যাত্ৰা মেছীৰ

আধুনিক ফুটবলৰ অন্যতম মহানায়ক লিয়নেল মেছীৰ নেতৃত্বত আৰ্জেন্টিনা ৰাষ্ট্ৰীয় ফুটবল দলে ফুটবল ইতিহাসত নতুন অধ্যায় ৰচনা কৰিছে। বছৰ বছৰ ধৰি সপোন খেদি অৱশেষত ক’পা আমেৰিকাৰ পৰা ফিফা বিশ্বকাপলৈ মেছীৰ অধিনায়কত্বত…