Category: Political

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ৫ এপ্ৰিলত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে আৰু ৰাইজক বহুতো ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰক ‘ন্যায় পাত্ৰ ২০২৪’ বুলি নামাকৰণ কৰিছে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক…

“ইণ্ডিয়া” মহাজোঁটৰ অংশীদাৰ পিডিপি- নেচনেল কনফাৰেন্সৰ মাজত ফাট

“ইণ্ডিয়া” মহাজোঁটৰ অংশীদাৰ আৰু জম্মু আৰু কাশ্মীৰৰ দুটা ৰাজনৈতিক দল পিডিপি আৰু নেচনেল কনফাৰেন্সে উপত্যকাৰ তিনিখন লোকসভা আসনত দুয়োটা দলে ইজনে আনজনৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। পূৰ্বে দুয়োটা…

কংগ্ৰেছৰ দ্বীপ বায়ন নহয়, বৰপেটাত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব চিপিআই(এম)ৰ মনোৰঞ্জন তালুকদাৰ

সন্মুখত লোকসভা‌ নিৰ্বাচন। নিজ নিজ সমষ্টিত প্ৰচাৰত ব্যস্ত হৈ‌ পৰিছে প্ৰতিটো ৰাজনৈতিক দল।‌ ইয়াৰ মাজতে কালি ৩নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পুৰণি হাজো সমষ্টি তথা বৰ্তমানৰ হাজো-শুৱালকুছিত সমষ্টিত উপস্থিত হয়…

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব দেৱতকৈ ধনী তেওঁৰ পত্নী

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিপ্লব কুমাৰ দেৱে এইবাৰ ত্ৰিপুৰা পশ্চিম আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। তেওঁ বৰ্তমান ৰাজ্যসভাৰ সাংসদ। ত্ৰিপুৰা পশ্চিমত প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত…

সংসদত ছত্তীশগড়ৰ সাংসদৰ গড় উপস্থিতি আছিল সৰ্বাধিক, তৃতীয়ত অসম

মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত অৰ্থাৎ চলিত লোকসভা মুঠ ২২২ খন বিধেয়ক গৃহীত হয় আৰু তাৰে ৪৫ খন সদনত উত্থাপন কৰাৰ দিনা গৃহীত কৰা হয়। এছ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ এক…

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ

১২ খন ৰাজ্যৰ ৮৮ টা সংসদীয় সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। ৰাষ্ট্ৰপতিৰ হৈ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে পুৱা ২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া…

৪ বছৰত নিৰ্বাচনী বণ্ডৰ পৰা ৬,০০০ কোটি টকাৰ অনুদান লাভ বিজেপিৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত, ভাৰতীয় ষ্টেট বেঙ্কে (এছবিআই) নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য প্ৰদান কৰিছে। নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, এছ.বি.আই.-য়ে এই সকলোবোৰ তথ্য প্ৰদান কৰিছে কোনে অনুদান…

অননুমোদিত ৰাজনৈতিক বিজ্ঞাপন আঁতৰাবলৈ ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

নিৰ্বাচন আয়োগে বুধবাৰে ৰাজ্য চৰকাৰসমূহক চৰকাৰ, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ সকলো অননুমোদিত ৰাজনৈতিক বিজ্ঞাপন আঁতৰাবলৈ আৰু অহা ২৪ ঘণ্টাৰ ভিতৰত এক নিৰ্দেশ পালনৰ ৰিপ’ৰ্ট প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কেবিনেট…

শোণিতপুৰৰ জিলা আৰক্ষী অধীক্ষকক বদলি কৰিলে নিৰ্বাচন আয়োগে

নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে অসম আৰু পঞ্জাৱৰ সেইসকল জিলা আৰক্ষী অধীক্ষকক বদলি কৰে, যিসকল ৰাজনীতিবিদৰ আত্মীয়। আয়োগে কিছু ৰাজ্যত জিলা দণ্ডাধীশ (ডিএম) আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) বা আৰক্ষী অধীক্ষক (এছপি)ক…

গুগলৰ জৰিয়তে ৰাজনৈতিক দলৰ বিজ্ঞাপনৰ ব্যয় বৃদ্ধি

যোৱা কেইমাহমানত গুগলৰ জৰিয়তে বিজ্ঞাপনৰ ওপৰত ৰাজনৈতিক দলবোৰৰ ব্যয় বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি, বিশেষকৈ ৰাজনৈতিক বিজ্ঞাপন হিচাপে চিহ্নিত বিজ্ঞাপনৰ ওপৰত তিনি মাহৰ ব্যয় চলিত মাৰ্চ মাহত এতিয়ালৈকে প্ৰায় ১০০ কোটি…