Category: Political

এজনৰ বাহিৰে সকলো কংগ্ৰেছ প্ৰাৰ্থীক বিজেপিলৈ আনিব পাৰো: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দাবী কৰে যে লোকসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিয়াৰ কোনো লাভ নাই। ইয়াৰ কাৰণ হ’ল যি জিকিব তেওঁ বিজেপিত যোগদান কৰিব। তেওঁ কৰিমগঞ্জত কয় যে…

লোকসভা নিৰ্বাচনত মোতায়ন হ’ব ৩.৪ লাখ জোৱান

নিৰ্বাচন আয়োগে সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন আৰু চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক আৰক্ষী বাহিনীৰ সৈতে ৩.৪ লাখ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) জোৱান মোতায়েন কৰিব। খবৰ অনুসৰি পশ্চিম…

অসমত ১৭,০০০ ৰো অধিক লোকৰ বাবে সংস্থাপনৰ পথ মুকলি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনত যোৱা ১৪ মাহত ১৩,৩৬৪ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে, যাৰ ফলত ১৭,০০০ ৰো অধিক লোকৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি হ’ব। অসমৰ ঔদ্যোগিক…

“কা”ৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আৱেদনসমূহ নিষ্পত্তি নোহোৱালৈকে নাগৰিকত্ব সংশোধনী নিয়ম, ২০২৪ ৰ কাৰ্যকৰীকৰণ স্থগিত ৰখাৰ বাবে কেন্দ্ৰক নিৰ্দেশ দিবলৈ বিচৰা আৱেদনৰ শুনানি কৰাৰ বাবে শুকুৰবাৰে উচ্চতম…

৫ বছৰীয়া নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

উচ্চতম ন্যায়ালয়ৰ কঠোৰতাৰ পিছত নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে তেওঁলোকৰ ৱেবছাইটত নিৰ্বাচনী বণ্ডৰ পাঁচ বছৰীয়া তথ্য প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা প্ৰদান কৰা বিৱৰণৰ ওপৰত নিৰ্বাচনী বণ্ড দাতাৰ তালিকা…

নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাটো অসম্ভৱ: অমিত শ্বাহ

নাগৰিকত্ব সংশোধনী আইন (“কা”) ৰূপায়ণৰ পিছৰে পৰা, বিৰোধীয়ে ইয়াক বিভাজনকাৰী আইন বুলি অভিহিত কৰি আহিছে। বিৰোধী দলসমূহৰ দ্বাৰা গঠিত ‘ইণ্ডিয়া’ মিত্ৰজোঁটে কৈছে যে যদি তেওঁলোক ক্ষমতালৈ আহে, তেওঁলোকে “কা” বাতিল…

যুৱসকলক নিযুক্তিৰ সুযোগপ্ৰদানৰ বাবে লক্ষ্ণৌত কৌশল মহোৎসৱ

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে (এনএছডিচি) লক্ষ্ণৌ বিশ্ববিদ্যালয়ত ৯ আৰু ১০ মাৰ্চত দুদিনীয়াকৈ আয়োজিত মেগা অনুষ্ঠান কৌশল মহোৎসৱৰ জৰিয়তে যুৱক-যুৱতীৰ সবলীকৰণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ উচ্চাকাংক্ষী পৰিকল্পনাৰ কথা সদৰি কৰিছে। দক্ষতা…