Political দেশত ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক নিবনুৱা বৃদ্ধি পাইছে: প্ৰিয়ংকা গান্ধী May 1, 2024 news editor লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি অসমত উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী। তেওঁ আজি ধুবুৰীত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। য’ত তেওঁ সম্বোধনত কয় -এইখন এনে এখন ভূমি…
Political ভিভিপেটৰ সৈতে জড়িত সকলো আবেদন খাৰিজ April 26, 2024 news editor উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইল (VVPAT)ৰ সৈতে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ (EVM) জৰিয়তে দিয়া ভোটৰ সম্পূৰ্ণ প্ৰমাণীকৰণ বিচৰা সকলো আবেদন খাৰিজ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ…
Political ২৬ এপ্ৰিলত ৱায়ানাডৰ ভোটাৰে ভাগ্য নিৰ্ধাৰণ কৰিব ৰাহুল গান্ধীৰ April 25, 2024 news editor লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান অন্ত পৰিছে । ২৬ এপ্ৰিলত ১২ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি ৮৮ খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত,…
Political আমেঠি লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰা নাই বিৰোধীয়ে April 25, 2024 news editor কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আকৌ এবাৰ দেশৰ অন্যতম জনপ্ৰিয় আসন আমেঠিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। মনোনয়ন দাখিলৰ সময়সীমা ওচৰ চাপি আহিছে কিন্তু বিৰোধীয়ে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই। একে…
Political লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অৱতীৰ্ণ ২৫২ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ April 9, 2024 news editor ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ১০২ খন আসনৰ ভিতৰত ৪২ খনত অৱতীৰ্ণ হোৱা তিনি বা ততোধিক প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। এছ’চিয়েশ্যন ফৰ ডেমক্ৰেটিক…
Political কয়াকুছিত ব্লক কংগ্ৰেছৰ উদ্যোগত বৃহৎ ইফতাৰ পাৰ্টি April 9, 2024 Sonakshi Sarkar সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ত পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সহযোগত এক বৃহৎ ইফতাৰ পাৰ্টীৰ আয়োজন হৈ যায়। প্ৰায় পাঁচ সহস্ৰাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা ইফতাৰ মেহফিলত বৰপেটা লোকসভাৰ…
Political কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ বিভ্ৰান্তিকৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা April 8, 2024 news editor ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী দল কংগ্ৰেছক। প্ৰতিখন নিৰ্বাচনী সভাতে তেওঁ কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।…
Political হাজোত ৰাইজৰ মাজত সুমন হৰিপ্ৰিয়া April 8, 2024 Sonakshi Sarkar বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো-শুৱালকুছি সমষ্টিৰ নিজ হাজোত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়িকা সুমন হৰিপ্ৰিয়াই। হাজোৰ হয়গ্ৰীৱ মাধৱ দোমোঠাৰগুৰিত দলীয় কৰ্মকৰ্তাৰ সৈতে এক বৈঠকত মিলিত…
Political ৫ ‘ন্যায়’ আৰু ২৫ টা ‘গেৰাণ্টি’ ৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কংগ্ৰেছৰ April 6, 2024 news editor কংগ্ৰেছে শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ বাবে তেওঁলোকৰ ইস্তাহাৰ প্ৰকাশ কৰে। কংগ্ৰেছে ইস্তাহাৰখনক ‘ন্যায় পাত্ৰ’ বুলি নামাকৰণ কৰিছে। ইয়াৰ লগতে কংগ্ৰেছে ‘হাত বদেগা হালত’ৰ শ্লোগান দিছে। কংগ্ৰেছৰ মুখ্য প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত আছে ৩০…
Political World কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ April 6, 2024 editor লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ৫ এপ্ৰিলত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে আৰু ৰাইজক বহুতো ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰক ‘ন্যায় পাত্ৰ ২০২৪’ বুলি নামাকৰণ কৰিছে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক…