Latest News ষ্টাৰ প্ৰচাৰকৰ প্ৰচাৰৰ বাবে ৪৮ ঘণ্টা পূৰ্বে অনুমতি ল’ব লাগিব: শিলচৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহক নিৰ্দেশ August 30, 2026 Tarali আসন্ন শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পৰা ‘ষ্টাৰ প্ৰচাৰক’ৰ সৰ্বাধিক সংখ্যা সন্দৰ্ভত পূৰ্বৰ অধিসূচনাৰ বৈধতা বৃদ্ধি কৰিছে। অসম ৰাজ্যিক নিৰ্বাচন…
News নাগালেণ্ডত ডাবল-লাইন প্ৰকল্প স্থবিৰ: ইয়াৰ অবিহনে দিমাপুৰৰ বিশ্বমানৰ ষ্টেচনৰ সপোন অসম্পূৰ্ণ হৈ ৰ’ব, মন্তব্য সাংসদৰ August 30, 2026 Tarali নাগালেণ্ডৰ লোকসভাৰ সাংসদ এছ সুপংমেৰেন জামিৰে দিমাপুৰ ৰেল ষ্টেচন পৰিদৰ্শন কৰি চলি থকা বিশ্বমানৰ ৰেল ষ্টেচন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ৰূপায়ণত প্ৰভাৱ পেলোৱা বিষয়সমূহ সন্দৰ্ভত ৰেল বিষয়াসকলৰ সৈতে আলোচনা…
Latest News মাষ্টাৰ প্লেন প্ৰস্তুতিৰ সময়তো নিৰ্মাণৰ অনুমতি: নগৰ আৰু গ্ৰাম্য পৰিকল্পনা আইন সংশোধন মণিপুৰ কেবিনেটৰ August 29, 2026 Tarali মণিপুৰ কেবিনেটে আগন্তুক বিধানসভা অধিৱেশনত উত্থাপন কৰিবলগীয়া তিনিখন বিধেয়ক, সময়সীমাবদ্ধ জনসেৱা প্ৰদানৰ বাবে নতুন নিয়ম আৰু ৰাজ্যিক আৰক্ষীত প্ৰতিভাৱান খেলুৱৈৰ বাবে বিশেষ নিযুক্তি আঁচনিকে ধৰি কেইবাটাও আইনী আৰু প্ৰশাসনিক পদক্ষেপত…
Latest News শ্বিলঙৰ হিংসাৰ তদন্তৰ গতি দেখি অসন্তুষ্ট মেঘালয় উচ্চ ন্যায়ালয় August 25, 2026 Tarali শ্বিলঙত ১৯ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ ধীৰ গতি দেখি অসন্তুষ্টি প্ৰকাশ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে। ২০ আগষ্টত দিয়া ইয়াৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে দাখিল কৰা এক…
Assam Latest News কাৰ্বি আংলংত কৃষি, জলসিঞ্চন আঁচনিৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই; আন্তঃগাঁথনি পুঁজিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰৰ আহ্বান August 19, 2026 Tarali কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথম বাৰৰ বাবে ভ্ৰমণ কৰি বুধবাৰে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই তাৰালাংছোত এক বিস্তৃত পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত কা এ এ চিৰ…
Latest News ইয়িংকিয়ঙত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি আৰু ভেণ্ডৰ মাৰ্কেট উদ্বোধন August 17, 2026 Tarali অৰুণাচল প্ৰদেশৰ ইয়িংকিয়ঙত স্বচ্ছ ভাৰত অভিযানৰ অধীনত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি (MRF) উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ উপদেষ্টা আৰু বিধায়ক আলো লিবাঙে। এই অনুষ্ঠানত উপস্থিত থাকে উচ্চ ছিয়াং জিলাৰ উপায়ুক্ত তালো জেৰাং। এই…
Latest News স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পুৰীৰ সাগৰ তীৰত সুদৰ্শন পাটনায়কৰ দেশপ্ৰেমৰ বলুকাশিল্প; ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰ বাৰ্তা August 15, 2026 Tarali স্বাধীনতা দিৱসৰ উছাহৰ মাজতে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা বহন কৰা এক বিশেষ বলুকাশিল্পই দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ। শুকুৰবাৰে পুৰীৰ সাগৰ পাৰত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বলুকাশিল্পী সুদৰ্শন পাটনায়কে ভাৰতৰ ৮০সংখ্যক…
Latest News প্ৰধানমন্ত্ৰী, মেয়ৰ আৰু মাতা ত্ৰিপুৰেশ্বৰীক লৈ মন্তব্য: content creator ৰ বিৰুদ্ধে FIR বাতিল কৰিবলৈ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে অস্বীকাৰ August 14, 2026 Tarali ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, আগৰতলা পৌৰ নিগমৰ মেয়ৰ দীপক মজুমদাৰ আৰু মাতা ত্ৰিপুৰেশ্বৰীক লৈ অৱমাননাকাৰী আৰু মানহানিকৰ মন্তব্য কৰাৰ অভিযোগত এগৰাকী content creator ৰ বিৰুদ্ধে দাখিল কৰা FIR…
News পেমা খাণ্ডু: অৰুণাচলৰ প্ৰতিটো জিলালৈ বিশেষজ্ঞ স্বাস্থ্যসেৱা পাই দিয়াই আমাৰ লক্ষ্য August 12, 2026 Tarali অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বুধবাৰে নতুনকৈ নিযুক্তি পোৱা ৭২ জন চিকিৎসা বিশেষজ্ঞক নিযুক্তি পত্ৰ প্ৰদান কৰে আৰু ৰাজ্যখনত শীঘ্ৰেই TRIHMS ত অংগ প্ৰতিস্থাপনৰ সুবিধা আৰম্ভ কৰা হ’ব বুলি ঘোষণা…
Assam Latest News “এই সংকটত অসমৰ কাষত আছো”: বংগৰ মুখ্যমন্ত্ৰীৰ ১০ কোটি টকাৰ সাহায্য August 12, 2026 Tarali পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বুধবাৰে বানপীড়িত অসমৰ বাবে ত্ৰাণ আৰু উদ্ধাৰ কাৰ্যৰ বাবে ১০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। ৰাজ্য বিধানসভাৰ বিশেষ একদিনীয়া অধিৱেশনত ভাষণ প্ৰসংগত অধিকাৰীয়ে কয়,…