Category: Education

এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিংত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা সম্পন্ন

কয়াকুছিস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিং শিক্ষানুষ্ঠান এছিয়ান মিছন ইনষ্টিটিউটৰ কালি দিন ব্যাপি বিস্তৃৰ্ণ কাৰ্যক্ৰমণিকাৰে বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালনা সঞ্চালক…

চিবিএছইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই) এ সোমবাৰে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰো উত্তীৰ্ণৰ শতাংশৰ ক্ষেত্ৰত ছাত্ৰীয়ে আকৌ এবাৰ ছাত্ৰক অতিক্ৰম কৰে। একে সময়তে, যোৱা বছৰৰ…

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল উম্মে ইয়াচমিন

ৰঙিয়া মহকুমাৰ সমীপৱৰ্তী তামুলপুৰ জিলাৰ অন্তৰ্গত ধেপাৰ গাঁওৰ অত্যন্ত গৰীব ৰাজমিস্ত্ৰী পিতৃ ফিৰোজ আলী আৰু গৃহিনী মাতৃ ৰুমী বেগমৰ কন্যা উম্মে ইয়াচমিনে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৮৯…

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪০,৪৯৯ গৰাকী শিক্ষাৰ্থী

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটোৱাই আজি পুৱা ৯ বজাত ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ব্যতিক্ৰমভাৱে এইবাৰ ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কিয়নো পূৰ্বৰ পৰম্পৰা ভংগ…

৪০০ ৰো অধিক শিক্ষাৰ্থীক গঁড় সংৰক্ষণৰ শিক্ষা প্ৰদান আৰণ্যক-ডিএছডব্লিউএফৰ

গঁড় সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ অংশ হিচাপে অসমৰ গঁড় থকা দুটা অঞ্চলৰ সমীপত অৱস্থিত তিনিখন বিদ্যালয়ত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়”শীৰ্ষক অভিযানৰ আয়োজন কৰে। এই কাৰ্যসূচীত বিদ্যালয় কেইখনৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে…

২০ মে’ৰ পিছত ঘোষণা হ’ব চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ২০ মে’ৰ পিছত দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। পৰিষদৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰিছে। পৰীক্ষাৰ ফলাফল ঘোষণাৰ জল্পনা-কল্পনাৰ…

চিবিএছইয়ে বছৰত দুবাৰকৈ অনুষ্ঠিত কৰিব ব’ৰ্ডৰ পৰীক্ষা

শিক্ষা মন্ত্ৰালয়ে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদক ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত প্ৰণালীবদ্ধ প্ৰস্তুতি চলাবলৈ নিৰ্দেশ জাৰি কৰিছে। এক সূত্ৰ এই কথা প্ৰকাশ কৰিছে। সূত্ৰই ছেমিষ্টাৰ…

চাৰি বছৰীয়া স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীয়ে পোনপটীয়াকৈ কৰিব পাৰিব পিএইচডি

চাৰি বছৰীয়া স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে এতিয়া পোনপটীয়াকৈ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাত (নেট) অৱতীৰ্ণ হোৱাৰ লগতে পিএইচডি কৰিব পাৰে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) অধ্যক্ষ জগদেশ কুমাৰে এই তথ্য প্ৰদান কৰিছে।…

ইউপিএছচিৰ অসামৰিক সেৱা ২০২৩-ৰ ফলাফল ঘোষণা

ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে (ইউপিএছচি) মঙলবাৰে অসামৰিক সেৱা পৰীক্ষা ২০২৩-ৰ ফলাফল ঘোষণা কৰে, য’ত আদিত্য শ্ৰীবাস্তৱে প্ৰথম স্থান লাভ কৰে। অনিমেশ প্ৰধান আৰু ডোনুৰু অনন্যা ৰেড্ডীয়ে ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয়…

জেএনইউ দেশৰ শীৰ্ষ বিশ্ববিদ্যাল়য়

বিশ্বব্যাপী কিউএছ বিশ্ববিদ্যালয় ৰেংকিং অনুসৰি দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট (আহমেদাবাদ) ব্যৱসায় আৰু ব্যৱস্থাপনা অধ্যয়ন শ্ৰেণীত বিশ্বৰ শীৰ্ষ ২৫ খন শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিছে। তাৰ পিছত শীৰ্ষ ৫০ খন…