Business ভোটাৰলৈ নিৰ্বাচন আয়োগৰ বিশেষ নির্দেশনা April 8, 2026 Dipshikha বিধানসভা নিৰ্বাচনৰ ভোটদানৰ বাবে মাত্র কেইটামান ঘণ্টা বাকী। ভোটদানৰ পূৰ্বে ভোটাৰলৈ নিৰ্বাচন আয়োগৰ বিশেষ নির্দেশনা। ভোটগ্রহণ কেন্দ্রলৈ লগত নিব নোৱাৰিব ম’বাইল। এশ মিটাৰ দূৰত্বত ম’বাইল জমা দি ল’ব লাগিব ৰচিদ।…
Business পুনৰ জ্বলিছে মণিপুৰ April 8, 2026 Dipshikha পুনৰ জ্বলিছে মণিপুৰ ! মঙলবাৰে বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুটা শিশু নিহত হোৱাৰ পিছতে পুনৰ ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । ৰাইজে বিভিন্ন স্থানত প্ৰতিবাদ আৰম্ভ কৰিছে ।…
Business জেফাৰ্ম ৰাজস্থানৰ সৈতে কৃষি-উদ্ভাৱন নেটৱৰ্ক শক্তিশালী কৰিলে টাফে, কৃষি যান্ত্ৰিকীকৰণ বজাৰত বিকাশৰ সংকেত April 8, 2026 Business Bureau বিশ্বৰ অন্যতম বৃহৎ ট্ৰেক্টৰ নিৰ্মাতা, ট্ৰেক্টৰছ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেডে (TAFE) ২ এপ্ৰিল ২০২৬ তাৰিখে ভৱানী মণ্ডীত ইয়াৰ অভিযোজিত গৱেষণা কেন্দ্ৰ, টাফে জেফাৰ্ম ৰাজস্থান উদ্বোধন কৰে, যি বহনক্ষম কৃষি পদ্ধতিৰ…
Business সাগৰীয় চোৰাং শিকাৰীৰ বিৰুদ্ধে অভিযান; নিকোবৰত ১১ জন আটক, বৃহৎ পৰিমাণৰ তিয়ঁহ জব্দ April 8, 2026 Sonakshi Sarkar নিকোবৰ জিলাৰ আৰক্ষীয়ে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু সেনাৰ সৈতে মিলিতভাৱে এক সাফল্যমণ্ডিত অভিযানৰ জৰিয়তে সাগৰীয় সীমা সুৰক্ষিত কৰাৰ লগতে এক বৃহৎ চোৰাং চিকাৰীৰ চক্ৰ উৎখাত কৰাত সক্ষম হয়। ৪ এপ্ৰিলৰ…
Business অসমত কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ; ১২৬টা সমষ্টিতে সুচাৰুৰূপে ভোটদান সম্পন্ন কৰিবলৈ সাজু নিৰ্বাচন আয়োগ April 8, 2026 Sonakshi Sarkar অসম বিধানসভাৰ ২০২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ। ৰাজ্যখনৰ আটাইকেইটা অৰ্থাৎ ১২৬টা বিধানসভা সমষ্টিতে কাইলৈ অৰ্থাৎ ৯ এপ্ৰিলত একক পৰ্যায়ত…
Business আৰক্ষীৰ কাৰ্য্যৰ বিৰুদ্ধে দিল্লীত বিক্ষোভ; অসম ভৱনৰ আগত এনএছইউআইৰ প্ৰদৰ্শন April 8, 2026 Sonakshi Sarkar কংগ্ৰেছ নেতা পৱন খেড়াৰ দিল্লীস্থিত বাসগৃহত অসম আৰক্ষীয়ে চলোৱা অভিযানৰ বিৰুদ্ধে মঙলবাৰে নিশা দিল্লীৰ অসম ভৱনৰ সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ ইউনিয়নৰ (এনএছইউআই) কৰ্মীসকলে। প্ৰতিবাদকাৰীসকলে অসমৰ…
Business খাৰ্গেক অপমান কৰি হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি মানুহক অপমান কৰিছেঃ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী April 8, 2026 Sonakshi Sarkar ৰাজ্যসভাত বিৰোধী দলৰ নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যক আজি কঠোৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।…
Business বিস্ফোৰণৰ পৰিণতি; মণিপুৰৰ ভৈয়ামৰ পাঁচ জিলাত ইন্টাৰনেট বন্ধ, পৰিস্থিতি উত্তপ্ত April 8, 2026 Sonakshi Sarkar মণিপুৰৰ বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুই শিশুৰ মৃত্যু আৰু মাতৃ আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত পুনৰ সৃষ্টি হৈছে এক উত্তপ্ত পৰিৱেশৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে আজি ৰাজ্যখনৰ পাঁচখন জিলাত…
Business চতুৰ্থটো ষ্টৰ মুকলিৰে গুৱাহাটীত খুচুৰা পদচিহ্নৰ সম্প্ৰসাৰণ ক্ৰমাৰ, শুভাৰম্ভণি অফাৰে দেখুৱাইছে চাহিদা বৃদ্ধিৰ ইংগিত April 7, 2026 Business Bureau টাটা গ্ৰুপৰ অম্নি চেনেল ইলেক্ট্ৰনিকছ খুচুৰা বিক্ৰেতা ক্ৰমাই গুৱাহাটীত চতুৰ্থটো আৰু অসমত পঞ্চমটো ষ্টৰ মুকলি কৰি উত্তৰ-পূবত নিজৰ পদচিহ্ন অধিক শক্তিশালী কৰিছে। জু ৰোডত অৱস্থিত এই নতুন আউটলেটটোৰ আয়তন ৬,২০২…
Business সুস্থিৰ ইন্ধন বিক্ৰী, ৬২.৮৩ লাখ এলপিজি ডেলিভাৰীৰ কথা সদৰি কৰিছে এইচপিচিএলে; কঠোৰ পদক্ষেপে শক্তিশালী কৰিছে বজাৰৰ অনুশাসন April 7, 2026 Business Bureau হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইছপিচিএল)-এ সমগ্ৰ দেশতে নিৰৱচ্ছিন্ন ইন্ধন আৰু এলপিজি যোগান অব্যাহত ৰাখিছে, যিসমূহ মূলতঃ শক্তিশালী যোগান শৃংখল আৰু তীব্ৰ বলৱৎকাৰী ব্যৱস্থাৰ দ্বাৰা সমৰ্থিত। ১ আৰু ৫ এপ্ৰিলৰ ভিতৰত এইচপিচিএলে…